চাকৰিৰ পৰা চুটি বিচাৰি আবেদন | Application for Leave of Absence From the Job in Assamese

চাকৰিৰ পৰা চুটি বিচাৰি আবেদন | Application for Leave of Absence From the Job in Assamese আৱেদন পত্ৰ হৈছে এক নিৰ্দিষ্ট ব্যক্তি বা সংগঠনক যিকোনো অনুৰোধ কৰিবলৈ লিখা এক আনুষ্ঠানিক পত্ৰ। আবেদন যিকোনো প্ৰকাৰৰ হ’ব পাৰে যেনে– চাকৰি সংক্ৰান্তত আবেদন, ছুটিৰ বাবে আবেদন, মন্ত্ৰী, বিধায়ক বা কোনো চৰকাৰী বিভাগলৈ আবেদন আদি বহু ক্ষেত্ৰত চিঠিপত্ৰ সহায় লব লাগে। বহু যুগৰ পৰা চিঠি বা আবেদন পত্ৰ লিখি অহাৰ এটা পৰম্পৰা চলি আহিছে আৰু ইয়াক বৰ্তমান এটা বহু গুৰুত্বপূৰ্ণ বিষয় হিচাপে ধৰা হয়।

WhatsApp Channel
Join Now
YouTube Channel
Subscribe

চাকৰিৰ পৰা চুটি বিচাৰি আবেদন | Application for Leave of Absence From the Job in Assamese

আবেদন পত্ৰ বা চিঠি পত্ৰ আমাৰ জীৱনৰ বৰ্তমানো এক অতি জৰুৰী অংগ হয়। বৰ্তমান সকলো চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠানৰ কামকাজত চিঠি পত্ৰৰ ব্যাপকৰূপে ব্যৱহাৰ কৰা দেখা যায়। ইয়াত আপুনি শিকিব কেনেকৈ অসমীয়া ভাষাত Application for Leave of Absence From the Job in Assamese লিখিব লাগে। গতিকে বেছি সময় নষ্ট নকৰাকৈ আৰম্ভ কৰোঁ আহক।

চাকৰিৰ পৰা চুটি বিচাৰি আবেদন

প্ৰতি,
মাননীয় পৰিচলক মহোদয়,
(কাৰ্য্যলয়ৰ নামঃ)

তাৰিখঃ …………

বিষয়ঃ ছুটি বিচাৰি আবেদন

মহাশয়,
সন্মান পূৰ্বক বিনীত নিবেদন এই যে মই অহা ইং ০১/০৫/ ২০২২ তাৰিখৰ পৰা ০৫/০৫০২০২২ তাৰিখলৈ মোৰ কৰ্মত উপস্থিত থাকিব নোৱাৰিম। কিয়নো মই মোৰ ভন্টিৰ বিয়াত ব্যাস্ত থাকিম।

গতিকে মহোদয়ক মোৰ অনুৰোধ যে মোৰ উক্ত দিনকেইটা ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন ধন্যবাদ।

ইতি
আপোনাৰ বিশ্বাসী,
নামঃ
ঠিকনাঃ
ফোন নংঃ

Read More: SEBA Class 10 Science All Chapter Question Answer in Bengali

অনুগ্ৰহ কৰি মন কৰিবঃ আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব ধন্যবাদ।

Ankit Roy

Founder & CEO

Roy Library

Hi! I’m Ankit Roy, Founder & CEO of Roy Library—An Educational platform dedicated to helping students learn better with quality Notes, Study Materials, Exam Suggestions, Textbooks, Previous Year Question Papers, Academic News, Job-Related News, and other useful educational resources.

Leave a Reply

error: Content is protected !!
Scroll to Top