Grade III & IV Multiple Choice Question Answer in Assamese Set – 2 ব্যক্তি বিশেষ

Join Roy Library Telegram Groups

Welcome to Roy Library: Here in this post We Provide some of the important General Knowledge MCQ Question Answers. Gk for Assam Direct Recruitment Exams. Assam Direct Recruitment Grade 3 & 4 Exam Free Questions and Answers in Assamese. ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 2 ব্যক্তি বিশেষ, ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 2 ব্যক্তি বিশেষ, Assam Direct Recruitment Grade III & IV Objective Types Question Answer PDF Bank is Available Free in Assamese Medium.

Grade III & IV Multiple Choice Question Answer in Assamese Set – 2 ব্যক্তি বিশেষ

These Questions are also important for all other Assam Competitive Exams like: TET, APSC, Assam Police etc. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read Assam Direct Recruitment Grade 3 & 4 MCQ in Assamese from the link given below.

১। ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া কোন বাৰু?

(ক) দেৱকান্ত বৰুৱা।

(খ) ফখৰুদ্দিন আলী আহমেদ।

(গ) গোপীনাথ বৰদলৈ।

(ঘ) নবীন চন্দ্ৰ বৰদলৈ।

উত্তৰঃ (খ) ফখৰুদ্দিন আলী আহমেদ।

২। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত কার্যনির্বাহ কৰা প্ৰথমগৰাকী অসমীয়া কোন?

(ক) পাৰ্বতী কুমাৰ গোস্বামী।

(খ) বিষ্ণুৰাম মেধি।

(গ) ৰঞ্জন গগৈ।

(ঘ) আনন্দৰাম বৰুৱা।

উত্তৰঃ (গ) ৰঞ্জন গগৈ।

৩। কোনো ৰাজ্যৰ ৰাজ্যপাল হোৱা প্ৰথমগৰাকী অসমীয়া কোন বাৰু?

(ক) বিষ্ণুৰাম মেধি।

(খ) নবীন চন্দ্ৰ বৰদলৈ।

(গ) বিষ্ণুৰাম দাস।

(ঘ) নবীন বৰুৱা।

উত্তৰঃ (ক) বিষ্ণুৰাম মেধি।

৪। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া কোন?

(ক) হলিৰাম ডেকা।

(খ) পাৰ্বতী কুমাৰ গোস্বামী।

(গ) পাৰ্বতী কুমাৰ বৰুৱা।

(ঘ) ৰঞ্জন কুমাৰ গগৈ।

উত্তৰঃ (খ) পাৰ্বতী কুমাৰ গোস্বামী।

৫। দেশৰ মুখ্য নির্বাচন আয়ুক্ত পদত কার্যনির্বাহ কৰা প্ৰথমগৰাকী অসমীয়া কোন বাৰু?

(ক) হৰেকৃষ্ণ ডেকা।

(খ) প্রতীক হাজেলা।

(গ) হৰিশংকৰ ব্ৰহ্ম।

(ঘ) বাহাৰুল ইছলাম।

উত্তৰঃ (গ) হৰিশংকৰ ব্ৰহ্ম।

৬। আনোৱাৰা টাইমুৰ— কোনটো পদত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া মহিলা?

(ক) ৰাজ্যপাল।

(খ) মুখ্যমন্ত্রী।

(গ) বিধানসভাৰ অধ্যক্ষ।

(ঘ) বিশ্ববিদ্যালয়ৰ উপাচার্য।

উত্তৰঃ (খ) মুখ্যমন্ত্রী।

৭৷ ‘ফৰেষ্টিং লাইফ’— কোনগৰাকী পদ্মশ্ৰী সন্মান লাভ কৰা অসমীয়াৰ জীৱনভিত্তিক তথ্যচিত্র?

(ক) ৰবীন বেনাৰ্জী।

(খ) যাদৱ পায়েং।

(গ) পাৰ্বতী বৰুৱা।

(ঘ) মনোজ গগৈ।

উত্তৰঃ (খ) যাদৱ পায়েং।

৮। ১৯৯৪ চনত শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা অসমৰ বিজ্ঞানীগৰাকী কোন বাৰু?

(ক) জিতেন্দ্র নাথ গোস্বামী।

(খ) জয়ন্তী চুতীয়া।

(গ) ইন্দিৰা গগৈ।

(ঘ) উদ্ধৱ ভৰালী।

উত্তৰঃ (ক) জিতেন্দ্র নাথ গোস্বামী।

৯। ‘ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃ’ বুলি কাক কোৱা হয়?

(ক) ফণী শৰ্মা।

(খ) অচ্যুত লহকৰ।

(গ) সদা লহকৰ।

(ঘ) ৰতন লহকৰ।

উত্তৰঃ (খ) অচ্যুত লহকৰ।

১০। ‘অসমৰ গছ-গছনি’– গ্ৰন্থখনৰ ৰচক কোন বাৰু?

(ক) যাদৱ পায়েং।

(খ) আনন্দ চন্দ্র দত্ত।

(গ) গুণাৰাম খনিকৰ।

(ঘ) আনন্দ চন্দ্ৰ শৰ্মা।

উত্তৰঃ (খ) আনন্দ চন্দ্র দত্ত।

Leave a Reply

error: Content is protected !!
Scroll to Top