Grade III & IV Multiple Choice Question Answer in Assamese Set – 3 সানমিহলি – ১

Join Roy Library Telegram Groups

Welcome to Roy Library: Here in this post We Provide some of the important General Knowledge MCQ Question Answers. Gk for Assam Direct Recruitment Exams. Assam Direct Recruitment Grade 3 & 4 Exam Free Questions and Answers in Assamese. ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 3 সানমিহলি – ১, ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 3 সানমিহলি – ১, Assam Direct Recruitment Grade III & IV Objective Types Question Answer PDF Bank is Available Free in Assamese Medium.

Grade III & IV Multiple Choice Question Answer in Assamese Set – 3 সানমিহলি – ১

These Questions are also important for all other Assam Competitive Exams like: TET, APSC, Assam Police etc. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read Assam Direct Recruitment Grade 3 & 4 MCQ in Assamese from the link given below.

১। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল?

(ক) যোৰহাট।

(খ) গোলাঘাট।

(গ) শিৱসাগৰ।

(ঘ) নলবাৰী।

উত্তৰঃ (গ) শিৱসাগৰ।

২। অসমৰ জাতীয় পক্ষী কি বাৰু?

(ক) দেওহাঁহ।

(খ) ৰাজহাঁহ।

(গ) কেতেকী।

(ঘ) ময়ূৰ চৰাই।

উত্তৰঃ (ক) দেওহাঁহ।

৩। গৌহাটী বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা হৈছিল?

(ক) ১৯৮০

(খ) ১৯৪৮

(গ) ১৯৪৭

(ঘ) ১৯৪৯

উত্তৰঃ (খ) ১৯৪৮

৪। ‘কদমকলি’ কাৰ কবিতা পুথি?

(ক) ৰঘুনাথ চৌধাৰী।

(খ) যতীন্দ্ৰনাথ দুৱৰা।

(গ) লক্ষ্মীনাথ বেজবৰুৱা।

(ঘ) হীৰেন ভট্টাচাৰ্য।

উত্তৰঃ (গ) লক্ষ্মীনাথ বেজবৰুৱা।

৫। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল?

(ক) পদ্মনাথ গোহাঞিবৰুৱা।

(খ) চন্দ্ৰধৰ বৰুৱা।

(গ) শৰৎ চন্দ্ৰ গোস্বামী।

(ঘ) অতুল চন্দ্ৰ হাজৰিকা।

উত্তৰঃ (গ) শৰৎ চন্দ্ৰ গোস্বামী।

৬। শৰাইঘাটৰ ৰণ কোন চনত হৈছিল?

(ক) ১৬৭২

(খ) ১৬৭১

(গ) ১৬৭৪

(ঘ) ১৬৭৫

উত্তৰঃ (খ) ১৬৭১

৭। অসমৰ জাতীয় গছ কি বাৰু?

(ক) চন্দন।

(খ) শাল।

(গ) চেগুণ।

(ঘ) হোলোং।

উত্তৰঃ (ঘ) হোলোং।

৮। ‘অসমৰ খাজুৰাহো’ বুলি কোনখন ঠাইক জনা যায়?

(ক) কামাখ্যা মন্দিৰ।

(খ) মদন কামদেৱ।

(গ) বশিষ্ঠ মন্দিৰ।

(ঘ) নলবাৰী হৰিমন্দিৰ।

উত্তৰঃ (খ) মদন কামদেৱ।

৯। ‘গুমৰাগ’— কোন উৎসৱৰ নৃত্য?

(ক) খেৰাই।

(খ) আলি আই লৃগাং।

(গ) ব’হাগ বিহু।

(ঘ) বাইখো।

উত্তৰঃ (খ) আলি আই লৃগাং।

১০। ‘দেওলাংখুই’ — উপন্যাসখন কোনে লিখিছে বাৰু?

(ক) ৰীতা চৌধুৰী।

(খ) ৰীতা বৰুৱা।

(গ) নলিনীবালা দেৱী।

(ঘ) অনুৰাধা শৰ্মা পূজাৰী।

উত্তৰঃ (ক) ৰীতা চৌধুৰী।

Leave a Reply

error: Content is protected !!
Scroll to Top