Grade III & IV Multiple Choice Question Answer in Assamese Set – 5 সংবাদপত্র

Join Roy Library Telegram Groups

Welcome to Roy Library: Here in this post We Provide some of the important General Knowledge MCQ Question Answers. Gk for Assam Direct Recruitment Exams. Assam Direct Recruitment Grade 3 & 4 Exam Free Questions and Answers in Assamese. ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 5 সংবাদপত্র, ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 5 সংবাদপত্র, Assam Direct Recruitment Grade III & IV Objective Types Question Answer PDF Bank is Available Free in Assamese Medium.

Grade III & IV Multiple Choice Question Answer in Assamese Set – 5 সংবাদপত্র

These Questions are also important for all other Assam Competitive Exams like: TET, APSC, Assam Police etc. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read Assam Direct Recruitment Grade 3 & 4 MCQ in Assamese from the link given below.

১। ১৮৪৬ চনত শিৱসাগৰৰপৰা প্ৰকাশ পাইছিল অসমৰ প্ৰথমখন সংবাদপত্র। কি আছিল নামটো?

(ক) আসাম মিহিৰ।

(খ) অসম বন্তি।

(গ) অৰুনোদই।

(ঘ) ডেকা অসম।

উত্তৰঃ (গ) অৰুনোদই।

২। হেমচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰি উলিওৱা অসমৰ প্রথম দ্বিভাষিক সাপ্তাহিক বাতৰিকাকতখনৰ নাম কি বাৰু?

(ক) জোনাকী।

(খ) বাঁহী।

(গ) আছাম নিউজ।

(ঘ) বন্তি।

উত্তৰঃ (গ) আছাম নিউজ।

৩। অসমৰ প্ৰথম সংবাদপত্ৰখনৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল?

(ক) সতীশ চন্দ্ৰ ফুকন।

(খ) অলিভাৰ কটোৰ।

(গ) মাইলছ ব্ৰনছন।

(ঘ) নাথান ব্রাউন।

উত্তৰঃ (ঘ) নাথান ব্রাউন।

৪। অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ নামটো কি বাৰু?

(ক) দৈনিক অসম।

(খ) দৈনিক বাতৰি কাকত।

(গ) দৈনিক অসমীয়া।

(ঘ) দৈনিক বাতৰি।

উত্তৰঃ (ঘ) দৈনিক বাতৰি। 

৫। ১৮৭২ চনত প্ৰকাশ পাইছিল অসমৰ প্ৰথমখন সাপ্তাহিক কাকত। কি আছিল নামটো?

(ক) আসাম মিহিৰ।

(খ) আসাম বিলাসিনী।

(গ) সাদিনীয়া অসম।

(ঘ) সাত দিন।

উত্তৰঃ (ক) আসাম মিহিৰ।

৬। অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকতৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল?

(ক) বাগ্মীবৰ নীলমণি ফুকন।

(খ) লক্ষ্মীনাথ বেজবৰুৱা।

(গ) হেমচন্দ্ৰ বৰুৱা।

(ঘ) হেমচন্দ্র গোস্বামী।

উত্তৰঃ (ক) বাগ্মীবৰ নীলমণি ফুকন।

৭। ১৮৯৫ চনত ডিব্ৰুগড়ৰপৰা প্ৰকাশ পোৱা সাপ্তাহিক ইংৰাজী কাকতখনৰ নাম কি আছিল?

(ক) আছাম টাইমছ।

(খ) টাইমছ অব আছাম।

(গ) দ্য ছেণ্টিনেল।

(ঘ) উইক্লী আছাম।

উত্তৰঃ (খ) টাইমছ অব আছাম।

৮। ১৮৮৯ চনত প্রকাশিত ‘জোনাকী’ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল?

(ক) হেমচন্দ্ৰ বৰুৱা।

(খ) চন্দ্ৰকুমাৰ আগৰৱালা।

(গ) ফণী শৰ্মা।

(ঘ) জ্যোতিপ্ৰসাদ আগৰৱালা।

উত্তৰঃ (খ) চন্দ্ৰকুমাৰ আগৰৱালা।

৯। ১৯৩৯ চনৰ ৪ আগষ্টত প্ৰকাশ আৰম্ভ হোৱা ‘দ্য আছাম ট্ৰিবিউন’ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল?

(ক) লক্ষ্মীনাথ ফুকন।

(খ) হীৰেন গোহাঁই।

(গ) প্ৰফুল্ল গোৱিন্দ বৰুৱা।

(ঘ) ধীৰেন্দ্ৰনাথ বেজবৰুৱা।

উত্তৰঃ (ক) লক্ষ্মীনাথ ফুকন।

১০। কীৰ্তিনাথ হাজৰিকাৰ সম্পাদনাত প্ৰথম প্ৰকাশ পোৱা দৈনিক বাতৰি কাকতখনৰ নামটো কি বাৰু?

(ক) দৈনিক অসমীয়া।

(খ) অসমীয়া।

(গ) দৈনিক অসম।

(ঘ) অসম।

উত্তৰঃ (গ) দৈনিক অসম।

Leave a Reply

error: Content is protected !!
Scroll to Top