Grade III & IV Multiple Choice Question Answer in Assamese Set – 6 সানমিহলি – ২

Join Roy Library Telegram Groups

Welcome to Roy Library: Here in this post We Provide some of the important General Knowledge MCQ Question Answers. Gk for Assam Direct Recruitment Exams. Assam Direct Recruitment Grade 3 & 4 Exam Free Questions and Answers in Assamese. ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 6 সানমিহলি – ২, ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 6 সানমিহলি – ২, Assam Direct Recruitment Grade III & IV Objective Types Question Answer PDF Bank is Available Free in Assamese Medium.

Grade III & IV Multiple Choice Question Answer in Assamese Set – 6 সানমিহলি – ২

These Questions are also important for all other Assam Competitive Exams like: TET, APSC, Assam Police etc. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read Assam Direct Recruitment Grade 3 & 4 MCQ in Assamese from the link given below.

১। প্রথম অসমীয়া প্ৰকাশিত অভিধানখনৰ প্ৰণেতা কোন আছিল?

(ক) যাদুৰাম ডেকাবৰুৱা।

(খ) মাইলছ ব্ৰনছন।

(গ) অলিভাৰ কাট্টাৰ।

(ঘ) নাথান ব্রাউন।

উত্তৰঃ (খ) মাইলছ ব্ৰনছন।

২। বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীয়ে পদ্মবিভূষণ সন্মান প্রত্যাখ্যান কৰিছিল। কোন তেওঁ?

(ক) ৰজনীপ্রভা দাস।

(খ) নলিনীবালা দেৱী।

(গ) অমলপ্রভা দাস।

(ঘ) নিৰ্মলপ্ৰভা বৰদলৈ।

উত্তৰঃ (গ) অমলপ্রভা দাস।

৩। অসমত ‘লোকনায়ক’ বুলি কাক জনা যায়?

(ক) বিষ্ণুপ্ৰসাদ ৰাভা।

(খ) বিষ্ণুৰাম মেধি।

(গ) অমিয় কুমাৰ দাস।

(ঘ) আনন্দ চন্দ্ৰ বৰুৱা।

উত্তৰঃ (গ) অমিয় কুমাৰ দাস।

৪। কালিৰাম মেধিয়ে কিহক ‘Great song’ বা ‘Song of celestial’ বুলি আখ্যা দিছিল?

(ক) লোকগীত।

(খ) জ্যোতি সংগীত।

(গ) বৰগীত।

(ঘ) আধুনিক গীত।

উত্তৰঃ (গ) বৰগীত।

৫। ১৯৬৪ চনত কাৰ একমাত্ৰ কবিতাৰ সংকলন ‘অচিনা’ মৰণোত্তৰভাৱে প্রকাশ পাইছিল?

(ক) অম্বিকাগিৰী ৰায়চৌধুৰী।

(খ) অমূল্য বৰুৱা।

(গ) ৰঘুনাথ চৌধাৰী।

(ঘ) যতীন্দ্ৰ কুমাৰ দুৱৰা।

উত্তৰঃ (খ) অমূল্য বৰুৱা।

৬। প্রথম অসমীয়া এনিমেচন চলচ্চিত্ৰখনৰ নামটো কি বাৰু?

(ক) শ্ৰীমন্ত শংকৰদেৱ।

(খ) মাধৱদেৱ।

(গ) সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ।

(ঘ) ৰূপহী অসম।

উত্তৰঃ (গ) সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ।

৭। ‘বেদনাৰ উল্কা’ৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰা অসমীয়াগৰাকীক ‘অসম কেশৰী’ নামেৰে জনা যায়। কোন বাৰু তেওঁ?

(ক) যতীন্দ্ৰনাথ দুৱৰা।

(খ) অম্বিকাগিৰী ৰায়চৌধুৰী।

(গ) লক্ষ্যধৰ চৌধুৰী।

(ঘ) কৃষ্ণকান্ত সন্দিকৈ।

উত্তৰঃ (খ) অম্বিকাগিৰী ৰায়চৌধুৰী।

৮। ১৯২১ চনৰ ১৮ আগষ্টৰপৰা ১৯৪৬ চনৰ ১৩ জানুৱাৰীৰ ভিতৰত মহাত্মা গান্ধী কিমানবাৰ অসম ভ্ৰমণলৈ আহিছিল?

(ক) দুবাৰ।

(খ) চাৰিবাৰ।

(গ) তিনিবাৰ।

(ঘ) এবাৰ।

উত্তৰঃ (খ) চাৰিবাৰ।

৯। অসমৰ তৃতীয়খন বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচার্য আছিল ড° সত্যৰঞ্জন বৰুৱা। কোনখন বাৰু?

(ক) গৌহাটী বিশ্ববিদ্যালয়।

(খ) ডিব্ৰুগড় বিশ্ববিদ্যালয়।

(গ) অসম কৃষি বিশ্ববিদ্যালয়।

(ঘ) অসম বিশ্ববিদ্যালয়।

উত্তৰঃ (গ) অসম কৃষি বিশ্ববিদ্যালয়।

১০। ১৯২৬ চনত পাণ্ডুত অনুষ্ঠিত কংগ্ৰেছৰ অধিৱেশনৰ সভাপতি কোন আছিল?

(ক) মহাত্মা গান্ধী।

(খ) সুভাষ চন্দ্র বসু।

(গ) শ্রীনিৱাস আয়েংগাৰ।

(ঘ) বিনোৱা ভাবে।

উত্তৰঃ (গ) শ্রীনিৱাস আয়েংগাৰ।

Leave a Reply

error: Content is protected !!
Scroll to Top