Welcome to Roy Library: Here in this post We Provide some of the important General Knowledge MCQ Question Answers. Gk for Assam Direct Recruitment Exams. Assam Direct Recruitment Grade 3 & 4 Exam Free Questions and Answers in Assamese. ADRE Grade 3 & 4 Multiple Choice Question Answer in Assamese Set – 8 বঁটা-সন্মান, ADRE Grade 3 & 4 Multiple Choice Question Answer in Assamese Set – 8 বঁটা-সন্মান, Assam Direct Recruitment Grade III & IV Objective Types Question Answer PDF Bank is Available Free in Assamese Medium.
Grade 3 & 4 Multiple Choice Question Answer in Assamese Set – 8 বঁটা-সন্মান
These Questions are also important for all other Assam Competitive Exams like: TET, APSC, Assam Police etc. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read Assam Direct Recruitment Grade 3 & 4 MCQ in Assamese from the link given below.
বঁটা-সন্মান
১। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন বাৰু?
(ক) জাহ্নু বৰুৱা।
(খ) ৰুদ্ৰ বৰুৱা।
(গ) ড° ভূপেন হাজৰিকা।
(ঘ) পাৰ্ৱতি প্ৰসাদ বৰুৱা।
উত্তৰঃ (গ) ড° ভূপেন হাজৰিকা।
২। আমাৰ দেশৰ সর্বোচ্চ অসামৰিক সন্মান ‘ভাৰতৰত্ন’ লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন বাৰু?
(ক) ফখৰুদ্দিন আলী আহমেদ।
(খ) ড° ভূপেন হাজৰিকা।
(গ) গোপীনাথ বৰদলৈ।
(ঘ) ড° ভবেন্দ্রনাথ শইকীয়া।
উত্তৰঃ (গ) গোপীনাথ বৰদলৈ।
৩। জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন বাৰু?
(ক) নলিনীবালা দেৱী।
(খ) নিৰ্মলপ্ৰভা বৰদলৈ।
(গ) মামণি ৰয়ছম গোস্বামী।
(ঘ) প্ৰবীণা শইকীয়া।
উত্তৰঃ (গ) মামণি ৰয়ছম গোস্বামী।
৪। সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নামটো কি?
(ক) মৃত্যুঞ্জয়।
(খ) ঈয়াৰুইংগম।
(গ) মহাৰথী।
(ঘ) ককাদেউতাৰ হাড়।
উত্তৰঃ (খ) ঈয়াৰুইংগম।
৫। শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল?
(ক) ড° ভূপেন হাজৰিকা।
(খ) কীৰ্তিনাথ হাজৰিকা।
(গ) হলিৰাম ডেকা।
(ঘ) সত্যজিৎ ৰায়।
উত্তৰঃ (খ) কীৰ্তিনাথ হাজৰিকা।
৬। আমাৰ দেশৰ সৰ্বোচ্চ ক্রীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন বাৰু?
(ক) হিমা দাস।
(খ) জয়ন্ত তালুকদাৰ।
(গ) ভোগেশ্বৰ বৰুৱা।
(ঘ) লাভলীনা বৰগোহাঁই।
উত্তৰঃ (ঘ) লাভলীনা বৰগোহাঁই।
৭। ‘শইচৰ পথাৰ মানুহ’ কবিতা সংকলনৰ বাবে কোনে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
(ক) চন্দ্ৰপ্ৰসাদ শইকীয়া।
(খ) হীৰেন ভট্টাচাৰ্য।
(গ) বিনন্দ চন্দ্ৰ বৰুৱা।
(ঘ) নৱকান্ত বৰুৱা।
উত্তৰঃ (খ) হীৰেন ভট্টাচাৰ্য।
৮৷ অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন বাৰু?
(ক) মনালিছা বৰুৱা মেহতা।
(খ) হিমা দাস।
(গ) যমুনা বড়ো।
(ঘ) অংকুশিতা বড়ো।
উত্তৰঃ (ক) মনালিছা বৰুৱা মেহতা।
৯। শ্রেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া কোন বাৰু?
(ক) মৃদুলা বৰুৱা।
(খ) সীমা বিশ্বাস।
(গ) ইভা আচাও।
(ঘ) জ্ঞানদা কাকতি।
উত্তৰঃ (খ) সীমা বিশ্বাস।
১০। ১৯৮৯ চনত ইউনাইটেড নেচনছ এনভাইনমেণ্ট প্ৰগ্ৰেমৰ ‘গ্ল’বেল- ৫০০ ৰ’ল অব অনাৰ’ সন্মান কোনগৰাকী অসমীয়াই লাভ কৰিছিল?
(ক) পাৰ্বতী বৰুৱা।
(খ) সংগীতা গোস্বামী।
(গ) পূর্ণিমা দেৱী বৰ্মন।
(ঘ) যাদৱ পায়েং।
উত্তৰঃ (ক) পাৰ্বতী বৰুৱা।
If you like this article on Grade III & IV Multiple Choice Question Answer in Assamese | Assam Direct Recruitment Grade III & IV Objective Types Question Answer in Assamese, please comment & share with other aspirants to show your support and ask us if you have any questions.
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.