Welcome to Roy Library: Here in this post We Provide some of the important General Knowledge MCQ Question Answers. Gk for Assam Direct Recruitment Exams. Assam Direct Recruitment Grade 3 & 4 Exam Free Questions and Answers in Assamese. ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 1 সাহিত্য বঁটা, ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 1 সাহিত্য বঁটা, Assam Direct Recruitment Grade III & IV Objective Types Question Answer PDF Bank is Available Free in Assamese Medium.
Grade III & IV Multiple Choice Question Answer in Assamese Set – 1 সাহিত্য বঁটা
These Questions are also important for all other Assam Competitive Exams like: TET, APSC, Assam Police etc. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read Assam Direct Recruitment Grade 3 & 4 MCQ in Assamese from the link given below.
সাহিত্য বঁটা
১। সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথমখন অসমীয়া গ্রন্থ কি বাৰু?
(ক) মৃত্যুঞ্জয়।
(খ) অহিৰণ।
(গ) বনফুল।
(ঘ) জংগম।
উত্তৰঃ (গ) বনফুল।
২। ১৯৫৫ চনত প্ৰথমগৰাকী অসমীয়া হিচাপে কোনে সাহিত্য অকাডেমি বটা লাভ কৰিছিল?
(ক) বেণুধৰ শৰ্মা।
(খ) যতীন্দ্ৰনাথ দুৱৰা।
(গ) ৰঘুনাথ চৌধাৰী।
(ঘ) নৱকান্ত বৰুৱা।
উত্তৰঃ (খ) যতীন্দ্ৰনাথ দুৱৰা।
৩। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন বাৰু?
(ক) মামণি ৰয়ছম গোস্বামী।
(খ) হোমেন বৰগোহাঞি।
(গ) ভবেন্দ্ৰনাথ শইকীয়া।
(ঘ) বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।
উত্তৰঃ (ঘ) বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য।
৪। ২০০০ চনত দ্বিতীয়গৰাকী অসমীয়া হিচাপে জ্ঞানপীঠ বঁটা লাভ কৰা সাহিত্যিকগৰাকী কোন আছিল?
(ক) মহেন্দ্ৰ বৰা।
(খ) নলিনীধৰ ভট্টাচার্য।
(গ) মামণি ৰয়ছম গোস্বামী।
(ঘ) হোমেন বৰগোহাঞি।
উত্তৰঃ (গ) মামণি ৰয়ছম গোস্বামী।
৫। অসম উপত্যকা সাহিত্য বটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল?
(ক) ভবেন্দ্রনাথ শইকীয়া।
(খ) ছৈয়দ আব্দুল মালিক।
(গ) মহিম বৰা।
(ঘ) উমাকান্ত শর্মা।
উত্তৰঃ (ক) ভবেন্দ্রনাথ শইকীয়া।
৬। ১৯৯৯ চনত প্ৰথম বৰ্ষত প্ৰবীণা শইকীয়া বঁটা কোনে লাভ কৰিছিল?
(ক) নিৰ্মলপ্ৰভা বৰদলৈ।
(খ) শুচিব্ৰতা ৰায়চৌধুৰী।
(গ) নলিনীবালা দেৱী।
(ঘ) নীলিমা দত্ত।
উত্তৰঃ (ঘ) নীলিমা দত্ত।
৭। ‘সৰস্বতী সন্মান’ লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন বাৰু?
(ক) ডিম্বেশ্বৰ নেওগ।
(খ) ড° লক্ষ্মীনন্দন বৰা।
(গ) ড° বাণীকান্ত কাকতি।
(ঘ) তীর্থনাথ শৰ্মা।
উত্তৰঃ (খ) ড° লক্ষ্মীনন্দন বৰা।
৮। ১৯৮৪ চনত ‘জংগম’ গ্ৰন্থখনৰ বাবে মৰণোত্তৰভাৱে কোনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
(ক) আনন্দ চন্দ্ৰ বৰুৱা।
(খ) যোগেশ দাস।
(গ) দেৱেন্দ্ৰনাথ আচার্য।
(ঘ) ভবেন বৰুৱা।
উত্তৰঃ (গ) দেৱেন্দ্ৰনাথ আচার্য।
৯। ১৯৭৩ চনত ‘সেন্দূৰ’ গ্ৰন্থখনৰ বাবে কোনে প্ৰথম বৰ্ষৰ অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল?
(ক) ৰংবং তেৰাং।
(খ) নীলমণি ফুকন।
(গ) ভবেন্দ্রনাথ শইকীয়া।
(ঘ) মুনীন বৰকটকী।
উত্তৰঃ (গ) ভবেন্দ্রনাথ শইকীয়া।
১০। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমখন অসমীয়া গ্ৰন্থ কি বাৰু?
(ক) মনোমতী।
(খ) মধুপুৰ বহুদূৰ।
(গ) মৃত্যুঞ্জয়।
(ঘ) অন্তৰীপ।
উত্তৰঃ (গ) মৃত্যুঞ্জয়।
If you like this article on Grade III & IV Multiple Choice Question Answer in Assamese | Assam Direct Recruitment Grade III & IV Objective Types Question Answer in Assamese, please comment & share with other aspirants to show your support and ask us if you have any questions.
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.