Grade III & IV Multiple Choice Question Answer in Assamese Set – 7 সানমিহলি – ৩

Join Roy Library Telegram Groups

Welcome to Roy Library: Here in this post We Provide some of the important General Knowledge MCQ Question Answers. Gk for Assam Direct Recruitment Exams. Assam Direct Recruitment Grade 3 & 4 Exam Free Questions and Answers in Assamese. ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 7 সানমিহলি – ৩, ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 7 সানমিহলি – ৩, Assam Direct Recruitment Grade III & IV Objective Types Question Answer PDF Bank is Available Free in Assamese Medium.

Grade III & IV Multiple Choice Question Answer in Assamese Set – 7 সানমিহলি – ৩

These Questions are also important for all other Assam Competitive Exams like: TET, APSC, Assam Police etc. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read Assam Direct Recruitment Grade 3 & 4 MCQ in Assamese from the link given below.

১। ১৮৮৯ চনত দেশৰ ভিতৰতে প্ৰথম ক’ত খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল?

(ক) লিডু।

(খ) নাজিৰা।

(গ) ডিগবৈ।

(ঘ) ৰৌতা।

উত্তৰঃ (গ) ডিগবৈ।

২। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

(ক) ১৯৮৪ চনৰ ১৫ আগষ্ট।

(খ) ১৯৮৫ চনৰ ১৫ আগষ্ট।

(গ) ১৯৮৩ চনৰ ১৫ আগষ্ট।

(ঘ) ১৯৮৬ চনৰ ১৫ আগষ্ট।

উত্তৰঃ (খ) ১৯৮৫ চনৰ ১৫ আগষ্ট।

৩। ‘অসমীয়া ল’ৰাৰ মিত্ৰ’— এই পুথিখনৰ ৰচক কোন বাৰু?

(ক) আনন্দৰাম বৰুৱা।

(খ) বিনন্দ চন্দ্ৰ বৰুৱা।

(গ) আনন্দৰাম ঢেকিয়ালফুকন।

(ঘ) কমলাকান্ত ভট্টাচার্য।

উত্তৰঃ (গ) আনন্দৰাম ঢেকিয়ালফুকন।

৪। ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

(ক) শকুন্তলা।

(খ) প্রতিধ্বনি।

(গ) এৰাবাটৰ সুৰ।

(ঘ) মন প্রজাপতি।

উত্তৰঃ (গ) এৰাবাটৰ সুৰ।

৫। অসমীয়া চলচ্চিত্ৰৰ প্ৰথমগৰাকী অভিনেত্ৰীৰ নামটো কি?

(ক) লক্ষ্মী সন্দিকৈ।

(খ) ৰেখা সন্দিকৈ।

(গ) ইভা আচাও।

(ঘ) আইদেউ সন্দিকৈ।

উত্তৰঃ (ঘ) আইদেউ সন্দিকৈ।

৬। আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে সম্প্ৰচাৰিত প্ৰথমখন অসমীয়া নাটক কি আছিল?

(ক) মহাৰণ।

(খ) ধৰালৈ যিদিনা নামিব সৰগ।

(গ) মহাৰথী।

(ঘ) আকাশবাণী।

উত্তৰঃ (খ) ধৰালৈ যিদিনা নামিব সৰগ।

৭। আহোম ৰজাসকলৰ নাম সাধাৰণতে ‘চু’ৰে আৰম্ভ হয়। এই ‘চ’ৰ অৰ্থ কি?

(ক) ৰজা।

(খ) প্রজা।

(গ) বাঘ।

(ঘ) সিংহ।

উত্তৰঃ (গ) বাঘ।

৮। ‘ৰামায়ণ’খন কোনে অসমীয়ালৈ প্ৰথম অনুবাদ কৰিছিল?

(ক) ৰাম সৰস্বতী।

(খ) মাধৱ কন্দলি।

(গ) হেম সৰস্বতী।

(ঘ) মহেন্দ্ৰ কন্দলি।

উত্তৰঃ (খ) মাধৱ কন্দলি।

৯। ‘আছামিজ ইটছ ফ্ৰমেচন এণ্ড ডেভেল’পমেণ্ট’— অসমীয়া ভাষা বিষয়ক এই গৱেষণা গ্ৰন্থখনৰ প্ৰণেতা কোন?

(ক) ড° বাণীকান্ত কাকতি।

(খ) হেমচন্দ্ৰ বৰুৱা।

(গ) হেৰম্বকান্ত পূজাৰী।

(ঘ) লক্ষ্মীনাথ বেজবৰুৱা।

উত্তৰঃ (ক) ড° বাণীকান্ত কাকতি।

১০। সীমা দত্ত— কোনগৰাকী অসমীয়া সাহিত্যিকৰ ছদ্মনাম?

(ক) হোমেন বৰগোহাঞি।

(খ) নৱকান্ত বৰুৱা।

(গ) চন্দ্ৰকুমাৰ আগৰৱালা।

(ঘ) অৰূপ কুমাৰ দত্ত।

উত্তৰঃ (খ) নৱকান্ত বৰুৱা।

Leave a Reply

error: Content is protected !!
Scroll to Top