Assamese GK – অসমৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ | অসমীয়া সাধাৰণ জ্ঞান – 2022

Join Roy Library Telegram Groups

Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam,Indian,World Current Affair. Assamese GK – অসমৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ | অসমীয়া সাধাৰণ জ্ঞান – 2022. Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.

Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge 2022, Assam GK Question and Answer 2022, General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান 2022, অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ 2022, সাধাৰণ জ্ঞান কুইজ

Assamese GK – অসমৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ | অসমীয়া সাধাৰণ জ্ঞান – 2022

অসমীয়া সাধাৰণ জ্ঞান GK

প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।

অসমৰ কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ

১। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান :– গোলাঘাট জিলাত অৱস্থিত । ইয়াত গঁড় , বাঘ ম’হ , হাতী , পহু আৰু বিভিন্ন জাতিৰ সাপ – পক্ষী আদি পোৱা যায় ।

২। মানস ৰাষ্ট্ৰীয় উদ্যান :- বৰপেটা আৰু বঙাইগাঁও জিলাত অৱস্থিত । ইয়াৰ প্রধান জন্তু হ’ল— হাতী , বাঘ আৰু সোণালী বান্দৰ ।

৩। পবিতৰা অভয়াৰণ্য :- মৰিগাঁও জিলাত অৱস্থিত । এই অভয়াৰণ্যত গড় ম’হ , গাহৰি আৰু বিভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায় ।

৪। ওৰাং ৰাষ্ট্ৰীয় উদ্যান :- দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত । ইয়াত গঁড় , হাতী , বাঘ আৰু ফেটীসাপ পোৱা যায় ।

৫। পদুমণি অভয়াৰণ্য :- এই অভয়াৰণ্যখন তিনিচুকীয়াৰ ভেজানত অৱস্থিত । ইয়াত চুটি নেজৰ বান্দৰ পোৱা যায় ।

৬। ডিব্ৰু – চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান :- এইখন ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত । ইয়াৰ প্ৰধান জন্তু হ’ল বাঘ আৰু হাতী ।

৭। গৰমপানী অভয়াৰণ্য :- ই কাৰ্বি আংলংত অৱস্থিত । ইয়াত হাতী , বাঘ আৰু হলুবান্দৰ পোৱা যায় ।

৮। পানীদিহিং অভয়াৰণ্য :- এই অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত । পানীদিহিং অভয়াৰণ্যৰ প্ৰধান প্রাণী হ’ল — ৰাজহাঁহ , বগলী আৰু চুটি নেজৰ বান্দৰ ।

৯। চক্ৰশিলা অভয়াৰণ্য :- ই ধুবুৰী আৰু কোক্ৰাঝাৰ জিলাত অৱস্থিত । ইয়াত সোণালী বান্দৰ , বাঘ , চিতাবান্দৰ আদি পোৱা যায় ।

১০। সোণাই ৰূপা অভয়াৰণ্য :- এই অভয়াৰণ্যখন শোণিতপুৰ জিলাত অৱস্থিত । ইয়াৰ প্ৰধান প্ৰাণী – বাঘ , হাতী আৰু হৰিণা ।

Leave a Reply

error: Content is protected !!
Scroll to Top