Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam,Indian,World Current Affair. Assamese GK – অসমৰ কি আৰু ক’ত আছে ? | অসমীয়া সাধাৰণ জ্ঞান – 2022. Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. Assamese GK – অসমৰ কি আৰু ক’ত আছে ? | অসমীয়া সাধাৰণ জ্ঞান – 2022. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.
Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge 2022, Assam GK Question and Answer 2022, General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান 2022, অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ 2022, সাধাৰণ জ্ঞান কুইজ
Assamese GK – অসমৰ কি আৰু ক’ত আছে ? | অসমীয়া সাধাৰণ জ্ঞান – 2022
প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।
অসমৰ কি আৰু ক’ত আছে ?
১। তেল শোধনাগাৰ— নুনমাটি , নুমলীগড় , ডিগবৈ আৰু বঙাইগাঁৱত ।
২। খনিজ তেলৰ পুং— ডিগবৈ , দুলীয়াজান , নাহৰকটীয়া , হুগ্ৰীজান , মৰাণ , লাকুৱা , গেলেকী আৰু ৰুদ্ৰসাগৰত ।
৩। মৰাপাট কল— শিলঘাট ( নগাঁও ) ।
৪। চিমেণ্ট কাৰখানা— বোকাজান আৰু উমৰাংচুত ।
৫। চেনিকল— বৰুৱা বামুণগাঁও ( দেৰগাঁও ) ( বর্তমান বন্ধ ) , চৰগোলাত ( কৰিমগঞ্জ ) , কামপুৰত ( নগাঁও ) ।
৬। ঔষধ প্রস্তুত কৰা কাৰখানা— গুৱাহাটীত ।
৭। সূতা কটা কল— চাৰিদুৱাৰ , বাদুলীপাৰা , চন্দ্ৰপুৰত ।
৮। তাপ বিদ্যুৎ উৎপাদন কেন্দ্ৰ ― চন্দ্ৰপুৰ , নামৰূপ আৰু চালাকাটিত ।
৯। কাগজ কল— জাগীৰোড , পাঁচগ্ৰাম আৰু যোগীঘোপাত ।
১০। চাহ উৎপাদন কেন্দ্ৰ— দৰং , নগাঁও , ডিব্ৰুগড় , লক্ষীমপুৰ , শিৱসাগৰ আৰু কাছাৰত ।
১১। চাহ গৱেষণা কেন্দ্র— টোকলাইত ( যোৰহাট ) ।
১২। প্লাইউদ কাৰখানা— মাৰ্ঘেৰিটা , তিনিচুকীয়া আৰু মৰিয়নি ।
১৩। কয়লাখনি— মাৰ্ঘেৰিটা , লিডু , বৰগোলাই , টিপং আৰু জয়পুৰত ।
১৪। চূণশিলৰ খনি— কাৰ্বি আংলং জিলাত ।
১৫। লো – তীখাৰ কাৰখানা— আমিনগাঁৱত ( গুৱাহাটী ) ।
১৬। এৰী শিল্প— পলাশবাৰীত ।
১৭। হাতী দাঁতৰ অলংকাৰ — বৰপেটাত ।
১৮। পাট – মুগা কাপোৰৰ উৎপাদন — শুৱালকুছিত ।
১৯। কাঁহ – পিতলৰ বাচন – বৰ্তন— সৰ্থেবাৰী আৰু হাজোত ।
২০। বন গৱেষণা কেন্দ্ৰ — যোৰহাটত ।
২১। বনসেৱা মহাবিদ্যালয় — বর্ণিহাটত ।
২২। চাহ নিলাম কেন্দ্ৰ — গুৱাহাটীত ।
২৩। তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্য্যালয়— নাজিৰাত ( শিৱসাগৰ ) ।
২৪। অইল ইণ্ডিয়া লিমিটেডৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্য্যালয়— দুলীয়াজানত ।
২৫। উদ্যোগিক প্রশিক্ষণ কেন্দ্ৰ — গুৱাহাটী , বৰপেটা , তেজপুৰ , নগাঁও , যোৰহাট , তিনিচুকীয়া , ডিফু আৰু শিলচৰত ।
২৬। বিশ্ববিদ্যালয়— ১। গুৱাহাটী বিশ্ববিদ্যালয় ।
২। ডিব্ৰুগড় বিশ্ববিদ্যালয় ।
৩। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় ।
৪। শিলচৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় । আৰু
৫। যোৰহাট কৃষি বিশ্ববিদ্যালয় ।
২৭। চিকিৎসা মহাবিদ্যালয় — গুৱাহাটী , ডিব্ৰুগড় আৰু শিলচৰত ।
২৮। অভিযান্ত্রিক মহাবিদ্যালয়— গুৱাহাটী , যোৰহাট আৰু শিলচৰত ।
২৯। পলিটেকনিকেল প্রতিষ্ঠান— গুৱাহাটী , নগাঁও , যোৰহাট , ডিব্ৰুগড় আৰু শিলচৰত ।
৩০। পশু চিকিৎসা মহাবিদ্যালয় ― খানাপাৰত ( গুৱাহাটী ) ।
৩১। আয়ুর্বেদ চিকিৎসা মহাবিদ্যালয় ― গুৱাহাটীত ।
৩২। আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয় ― দেৰগাঁও আৰু লালবস্তিত ।
৩৩। সৈনিক বিদ্যালয় — মৰনৈত ( গোৱালপাৰা ) ।
৩৪। আৰবী ভাষাৰ মহাবিদ্যালয় — ৰঙিয়াত ।
৩৫। সংস্কৃত ভাষাৰ মহাবিদ্যালয় — গুৱাহাটী আৰু নলবাৰীত ।
৩৬। হিন্দী প্রশিক্ষণ কেন্দ্ৰ — উত্তৰ গুৱাহাটী আৰু ডিফুত ।
৩৭। কলা – বোবাৰ বিদ্যালয় — গুৱাহাটীত ।
৩৮। অন্ধসকলৰ বিদ্যালয় — নগাঁও , ডিব্ৰুগড় আৰু যোৰহাটত ।
৩৯। বন প্রশিক্ষণ কেন্দ্ৰ — মাকুমত ।
৪০। কাৰিকৰি বিদ্যালয় ( ITI ) — গুৱাহাটী , বৰপেটা , নগাঁও , তেজপুৰ , শিলচৰ , তিনিচুকীয়া , যোৰহাট আৰু গোলাঘাটত ।
৪১। মানসিক ৰোগৰ চিকিৎসালয় — তেজপুৰত ।
৪২। উত্তৰ – পূব সীমান্ত ৰে’লপথৰ মুখ্য কাৰ্য্যালয় — মালিগাঁও ( গুৱাহাটী ) ।
৪৩। ফ্ৰেীঘাট— গুৱাহাটী , উত্তৰ – গুৱাহাটী , কুৰুৱা ( ছিপাঝাৰ ) , পাণ্ডু , আমিনগাঁও , তেজপুৰ , শিলঘাট , কমলাবাৰী , নিমাতীঘাট , বদতিঘাট , ডিব্ৰুগড় , পাণপুৰ , ভূববন্ধা আৰু ভোমোৰাগুৰিত ।
৪৪। প্ৰধান ৰে’ল জংচন— ফকিৰাগ্ৰাম , ৰঙিয়া , ৰাঙাপাৰা , তিনিচুকীয়া , লামডিং , বদৰপুৰ , চাপৰমুখ আৰু কৰিমগঞ্জত ।
৪৫। বিমান ঘাটি— বৰঝাৰ ( গুৱাহাটী ) , শালনি ( তেজপুৰ ) , লীলাবাৰী ( লক্ষীমপুৰ ) , ৰূপচী ( ধুবুৰী ) , মোহনবাৰী ( ডিব্ৰুগড় ) , ৰৰৈয়া ( যোৰহাট ) , চাবুৱা ( তিনিচুকীয়া ) আৰু কুম্ভীৰগ্ৰামত ( শিলচৰ ) ।
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.
Best reading app for Android
Thank you
Best reading app it work greatly for my own preparation for exams or for understanding
Thanks for your Valuable Feedback