Assamese GK – অসমীয়া সাধাৰণ জ্ঞান Question and Answer (part –1) – 2022

Join Roy Library Telegram Groups

Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam,Indian,World Current Affair. Assamese GK – অসমীয়া সাধাৰণ জ্ঞান Question and Answer (part –1) – 2022. Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.

Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge 2022, Assam GK Question and Answer 2022, General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান 2022, অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ 2022, সাধাৰণ জ্ঞান কুইজ

Assamese GK – অসমীয়া সাধাৰণ জ্ঞান Question and Answer (part –1) – 2022

অসমীয়া সাধাৰণ জ্ঞান GK

প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।

Assamese GK – অসমীয়া সাধাৰণ জ্ঞান (part –1)

প্ৰশ্ন ১। ইন্টাৰনেটৰ প্ৰয়োগ পোন প্ৰথমে ক’ত হৈছিল ?

উত্তৰঃ আমেৰিকাৰ ৰক্ষা অনুসংধান বিভাগত ।

প্ৰশ্ন ২। ধান গছৰ বৈজ্ঞানিক নাম কি ?

উত্তৰঃ অৰাইজা চেটিভা

প্ৰশ্ন ৩। ‘YAHOO’ ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ Yet Another Hierarchically Organized Oracle .

প্ৰশ্ন ৪। শুই থাকোতে কাৰ‌ এটা চকু খোলা থাকে ?

উত্তৰঃ (Dolphin fish) শিহু মাছৰ

প্ৰশ্ন ৫। ‘পৰমবীৰ চক্ৰ বঁটা’ নামটো কি ভাষাত লিখা আছে ?

উত্তৰঃ ইংৰাজী ভাষাত ।

প্ৰশ্ন ৬। ‘পলিঅ’ টীকা কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ জনছ চলক্ ।

প্ৰশ্ন ৭। তেজত কি বেছি হʼলে হাৰ্ট এটেক হয় ?

উত্তৰঃ কʼলেষ্টৰেল ।

প্ৰশ্ন ৮। ছুপাৰমেনৰ পোছাকৰ নাম কি ?

উত্তৰঃ ক্লাৰ্ক কেন্ট ।

প্ৰশ্ন ৯। কি জন্তুৰ আঙুলিৰ চাপ মানুহৰ সৈতে মিলে ?

উত্তৰঃ ওৰাং ওটাং

প্ৰশ্ন ১০। জুইশলা কোনে আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ লেণ্ডষ্টৰ্মে ।

প্ৰশ্ন ১১। ‘ Book ‘ৰ‌‌ সম্পূৰ্ণ নাম কি ?

উত্তৰঃ Big Ocean Of Knowledge .

প্ৰশ্ন ১২। সাধাৰণতে পোৱা মৌ-মাখিৰ গোত্ৰ কি ?

উত্তৰঃ এপিচ্ ।

প্ৰশ্ন ১৩। মৌ- মাখিৰ বৈজ্ঞানিক নাম কি ?

উত্তৰঃ এপিচ্ ইন্দিকা ।

প্ৰশ্ন ১৪। টুথপেষ্টৰ আৱিষ্কাৰক কোন ?

উত্তৰঃ উইলিয়াম এডিছ ।

প্ৰশ্ন ১৫। Ice-cream ৰ আৱিষ্কাৰ কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ ১৬৬০ খ্ৰীষ্টাব্দত, ফ্ৰান্সত ।

প্ৰশ্ন ১৬। আটাইতকৈ মূল্যৱান ঘড়ী কোনে ব্যৱহাৰ কৰে —

উত্তৰঃ মহামান্য পোপে ।

প্ৰশ্ন ১৭। উইলিয়াম এডিছ টুথপেষ্ট আৱিষ্কাৰ কৰোঁতে ক’ত আছিল ?

উত্তৰঃ কাৰাবাসত ।

প্ৰশ্ন ১৮। ঘড়ীৰ উদ্ভাৱক‌ কোন ?

উত্তৰঃ বাৰ্থ’ল’মিউ ম্যানফ্ৰেডি ।

প্ৰশ্ন ১৯। ৰিক্সা শব্দটো কʼৰ পৰা আহিছে ?

উত্তৰঃ জাপান ।

প্ৰশ্ন ২০। ” ইণ্ডিয়া গেট ” ৰ নক্সা কোনে আঁকিছিল ?

উত্তৰঃ ছাৰ এডুইন লুটিনচ ।

প্ৰশ্ন ২১। ৰৌ মাছৰ বৈজ্ঞানিক নাম কি ?

উত্তৰঃ লেবিঅ ʼ ৰহিত ।

প্ৰশ্ন ২২। Post card কেতিয়াৰ পৰা আৰু কʼত প্ৰচলিত হৈছিল ?

উত্তৰঃ ১৮০৮ চনৰ পৰা আৰু অষ্ট্ৰিয়াত ।

প্ৰশ্ন ২৩। কোন প্ৰাণীয়ে মুখেৰে পানী নেখায় ?

উত্তৰঃ ভেকুলিয়ে মুখেৰে পানী নেখায় , শৰীৰৰ ফুটাৰে পানী খুহি লয় ।

প্ৰশ্ন ২৪। মানুহ‌ অধিক কিয় কʼলা হয় ?

উত্তৰঃ শৰীৰত মেলানিনৰ পৰিমাণ বেছি থকাৰ বাবে ।

প্ৰশ্ন ২৫। গাখীৰত থকা শৰ্কৰা বিধ কি ?

উত্তৰঃ লেক্টʼজ

প্ৰশ্ন ২৬। গাখীৰৰ বিশুদ্ধতা জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটোৰ নাম কি ?

উত্তৰঃ লেক্টʼমিটাৰ ।

প্ৰশ্ন ২৭ । ‘ TKDL ‘ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰঃ Traditional Knowledge Digital Library.

প্ৰশ্ন ২৮। কোন মাছে গাখীৰ দিয়ে‌ ?

উত্তৰঃ তিমি মাছ ।

প্ৰশ্ন ২৯। আটাইতকৈ ডাঙৰ চকু থকা প্ৰাণীৰ নাম কি ?

উত্তৰঃ জায়েন্ট স্কুইড

প্ৰশ্ন ৩০ । গোটেই জীৱনত কেতিয়াও পানী নোখোৱা প্ৰাণীৰ নাম কি ?

উত্তৰঃ কেংগেৰু ৰেট ।

Leave a Reply

error: Content is protected !!
Scroll to Top