Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam,Indian,World Current Affair. Assamese GK – অসমীয়া সাধাৰণ জ্ঞান Question and Answer (part – 4) – 2022. Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.
Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge 2022, Assam GK Question and Answer 2022, General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান 2022, অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ 2022, সাধাৰণ জ্ঞান কুইজ
Assamese GK – অসমীয়া সাধাৰণ জ্ঞান Question and Answer (part – 4) – 2022
প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।
Assamese GK – অসমীয়া সাধাৰণ জ্ঞান (part –4)
প্ৰশ্ন ১। অসম নামৰ উৎপত্তি কেনেদৰে হৈছিল ?
উত্তৰঃ অসম নামৰ উৎপত্তি সম্পৰ্কে বিভিন্ন ধৰণৰ মতবাদ আছে । কিছুমানে কয় যে আহোম ৰজাসকলে অসমত শাসন কৰিছিল বাবেই আহোম শব্দটোৰ পৰা অসম নামৰ উৎপত্তি হয়।সংস্কৃতত অসম শব্দটোৰ অৰ্থ অদ্বিতীয় । ডঃ বাণীকান্ত কাকতিৰ মতে ‘‘ আছাম” শব্দৰ জন্ম হৈছে অপৰাজিত আৰু অদ্বিতীয় বুজাবলৈ । শেহতীয়াকৈ ইংৰাজসকলে ব্যৱহাৰ কৰা ‘‘আছাম ʼʼ নামৰ উৎপত্তি সম্পৰ্কে সঠিককৈ কোৱা টান । বৰ্তমান ৰাজ্য চৰকাৰে পূৰ্বৰ Assam নামটো Asom হিচাপে গ্ৰহণ কৰিছে ।
প্ৰশ্ন ২। সৰ্বপ্ৰথম অসমৰ ছপাশালৰ নাম কি ?
উত্তৰঃ মিছন প্ৰেছ , শিৱসাগৰ ।
প্ৰশ্ন ৩। অসমৰ সৰ্বপ্ৰথম চিকিৎসালয়ৰ নাম কি ?
উত্তৰঃ বেৰি হোৱাইট মেডিকেল স্কুল ।
প্ৰশ্ন ৪। অসমৰ প্ৰথম মেডিকেল কলেজটোৰ নাম কি ?
উত্তৰঃ অসম মেডিকেল কলেজে, ডিব্ৰুগড় ।
প্ৰশ্ন ৫। অসমৰ পুৰণি নাম কি ?
উত্তৰঃ অসমৰ পুৰণি নাম কামৰূপ আৰু ইয়াৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ ।
প্ৰশ্ন ৬। অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি ?
উত্তৰঃ আছাম ট্ৰিবিউন , (১৯৪৬) ,প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন ।
প্ৰশ্ন ৭। অসমৰ প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?
উত্তৰঃ ১৯৪৮ চনত ( গুৱাহাটীত ) ।
প্ৰশ্ন ৮। অসমৰ প্ৰথম অসমীয়া দৈনিক কাকতখনৰ নাম কি ?
উত্তৰঃ ‘‘ দৈনিক বাতৰি ’’ (১৯৩৫-৩৬) নীলমণি ফুকন ।
প্ৰশ্ন ১০। অসমত প্ৰথম যাদুঘৰ কিমান চনত স্থাপন হৈছিল ?
উত্তৰঃ ১৯৪০ চনত ।
প্ৰশ্ন ১১। অসমত স্থাপিত প্ৰথম কলেজখনৰ নাম কি ?
উত্তৰঃ কটন কলেজে ।
প্ৰশ্ন। ১২। অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল ?
উত্তৰঃ খ্ৰীষ্টিয় নৱম-দশম শতিকাত ।
প্ৰশ্ন ১৩। অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ নাম কি ?
উত্তৰঃ ডনবস্ক্ (Donbosco) বিশ্ববিদ্যালয় ।
প্ৰশ্ন ১৪ । অসমত বৰ্তমানলৈ কিমানখন ষ্টেডিয়াম আছে ?
উত্তৰঃ ২ খন ।
প্ৰশ্ন ১৫। পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ চাহ নিলাম কেন্দ্ৰ কʼত অৱস্থিত ?
উত্তৰঃ অসমত ।
প্ৰশ্ন ১৬। কেতিয়াৰ পৰা অসমত চাহ খেতি আৰম্ভ হৈছিল ?
উত্তৰঃ ১৮২২-২৩ চনত ।
প্ৰশ্ন ১৭। গুৱাহাটীত স্থাপন হোৱা ‘ITP’ ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰঃ Information Technology Park .
প্ৰশ্ন ১৮। অসমৰ চিত্ৰাচল পাহাৰত অৱস্থিত মন্দিৰটো কি ?
উত্তৰঃ নৱগ্ৰহ মন্দিৰ ।
প্ৰশ্ন ১৯। অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি ?
উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয় ।
প্ৰশ্ন ২০। অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ?
উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।
প্ৰশ্ন ২১। অসমত কেতিয়াৰ পৰা ৰেʼল গাড়ীৰ প্ৰথম চলাচল হৈছিল?
উত্তৰঃ ১৮৮১ চনত ।
প্ৰশ্ন ২২। কোল পাৰ্ক কোনে সজাইছিল ?
উত্তৰঃ কমিছনাৰ মিঃ কোল ।
প্ৰশ্ন ২৩। অসমৰ সৰ্বপ্ৰথম অসমীয়া মহিলা স্নাতক কোন ?
উত্তৰঃ সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা ।
প্ৰশ্ন ২৪। অসমৰ সৰ্বপ্ৰথম মহিলা পাইলট কোন ?
উত্তৰঃ ধীৰা হাজৰিকা ।
প্ৰশ্ন ২৫। অসমৰ সৰ্বপ্ৰথম স্নাতক কোন ?
উত্তৰঃ আনন্দ ৰাম বৰুৱা ।
প্ৰশ্ন ২৬। অসমৰ সৰ্বপ্ৰথম অসমীয়া পি. এইচ. ডি. কোন ?
উত্তৰঃ মইদুল ইছলাম বৰা ।
প্ৰশ্ন ২৭ । অসমৰ কৃষি বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯৬৯ চনত ।
প্ৰশ্ন ২৮। অসমৰ জনজাতীয় জীৱনৰ ওপৰত লিখা প্ৰথমখন উপন্যাসৰ নাম কি ?
উত্তৰঃ মিৰিজীয়ৰী ।
প্ৰশ্ন ২৯। কিমান চনত কাজিৰঙাক অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল?
উত্তৰঃ ১৯৭৪ চনত ।
প্ৰশ্ন ৩০। কটন কলেজৰ প্ৰথমজন অধক্ষ্যৰ নাম কি ?
উত্তৰঃ মিঃ চুডৰ্মাচন ।
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.
Class 10 g.science lage amar final exam ase olop help kori diyok sir gk vale ase poribo
Assamese midium
I guess all student will get satisfaction through this page.