Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam,Indian,World Current Affair. Assamese GK – বুৰঞ্জী ( Assam Buranji ) | অসমীয়া সাধাৰণ জ্ঞান – 2022. Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. Assamese GK – বুৰঞ্জী ( Assam Buranji ) | অসমীয়া সাধাৰণ জ্ঞান – 2022. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.
Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge 2022, Assam GK Question and Answer 2022, General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান 2022, অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ 2022, সাধাৰণ জ্ঞান কুইজ
Assamese GK – বুৰঞ্জী ( Assam Buranji ) | অসমীয়া সাধাৰণ জ্ঞান – 2022
প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।
বুৰঞ্জী ( Assam Buranji )
১। অসমৰ প্ৰাচীনতম্ নাম — প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ
২। প্রাচীন অসমৰ ইতিহাস ৰচনাত আটাইতকৈ বেছি সমল যোগোৱা সংস্কৃত গ্ৰন্থখন — কালিকা পুৰাণ ।
৩। অসমৰ প্ৰাচীনতম্ শাসকগৰাকী — মহীৰংগ দানৱ ।
৪। প্ৰাগজ্যোতিষৰ পশ্চিম সীমাত — বর্ত্তমান বাংলাদেশৰ কৰতোৱা নদী ।
৪। প্ৰাগজ্যোতিষপুৰৰ দক্ষিণ সীমাত — বংগোপসাগৰ ।
৫। প্ৰাচীন কামৰূপ ৰাজ্যৰ চাৰিটা ভাগত বিভক্ত আছিল—
( ১ ) কামপীঠ — ( সোণকোষ বা স্বর্ণকোষ নদীৰপৰা ৰূপহী নদীলৈকে । )
( ২ ) ৰত্নপীঠ — ( পূবে স্বর্ণকোষ নদীৰপৰা পশ্চিমে বৰ্ত্তমানৰ বাংলাদেশৰ কৰতোৱা নদীলৈকে বিস্তৃত অঞ্চল । )
( ৩ ) স্বর্ণপীঠ — ( ৰূপহীৰ পৰা ভৰলী নদীলৈ । )
( ৪ ) সৌমাৰপীঠ — ( ভৰলীৰপৰা দিকৰাই বা ডিক্ৰঙলৈ । )
৭। পুৰণি কামৰূপৰ চাৰিভাগ —
( ক ) ৰত্নপীঠ ।
( খ ) কামপীঠ ।
( গ ) স্বর্ণপীঠ । আৰু
( ঘ ) সৌমাৰপীঠ ।
৮। আহোমসকলৰ ভাষাত অসমৰ নাম — মুংদুনদুন খাম ।
৯। আহোমসকল অসমলৈ আহিছিল — ১২২৮ খ্রীঃত ।
১০। আহোম ৰাজ্য প্রতিষ্ঠা কৰিছিল — স্বৰ্গদেউ চাওলুং চুকাফাই ।
১১। আহোমৰ প্ৰথম ৰাজধানী — চৈ – ৰাই – ডয় অর্থাৎ চৰাইদেউ ।
১২। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল — স্বৰ্গদেউ ৰুদ্ৰসিংহ ।
১৩। আহোমৰ শেষ ৰজাজন — চন্দ্ৰকান্ত সিংহ ।
১৪। পিতৃক হত্যা কৰি ৰাজপাটত বহা আহোম ৰজাজন — চুক্লেনমুং ।
১৫। আহোম প্রথামতে হোৱা বিবাহ — চকলং ।
১৬। ল’ৰাৰজাৰ প্ৰকৃত নাম — চুলিফা ।
১৭। সতী জয়মতী — আহোম ৰজা গদাধৰ সিংহৰ পত্নী । এওঁ স্বামীৰ মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্বৰ খ্যাতি অর্জন কৰিছিল ।
১৮। সতী জয়মতীক শাস্তি দিয়া পথাৰখন — জেৰেঙা পথাৰ ।
১৯। মুলা গাভৰু — বৰগোঁহাই ফ্ৰাংচেংমুঙৰ নিজে ঘোঁৰাত উঠি শত্ৰু পক্ষৰ পত্নী । তুৰ্বকৰ আক্ৰমণৰ সময়ত লগত যুদ্ধ কৰি প্ৰাণ ত্যাগ কৰিছিল ।
২০। শৰাইঘাটৰ যুদ্ধ হৈছিল — ১৬৭১ খ্ৰীঃত । ( মোগল আৰু আহোমৰ মাজত হৈছিল ) ।
২১। শৰাইঘাটৰ যুদ্ধৰ দুয়োপক্ষৰ সেনাপতি আছিল — লাচিত বৰফুকন ( আহোম ) আৰু ৰাম সিং ( মোগল ) ।
২২। প্রথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল — ১৭৬৯ খ্ৰীঃত ।
২৩। দন্দুৱা বিদ্ৰোহ হৈছিল — আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত ।
২৪। দন্দুৱা বিদ্রোহ নেতা — হৰদত্ত আৰু বীৰদত্ত নামে দুই ভাই – ককাই ।
২৫। দন্দুৱা বিদ্ৰোহৰ কাৰণ — কামৰূপত আহোমবৰফুকন কলীয়া ভোমোৰাৰ অত্যাচাৰ ।
২৬। জলমবটা বা নকল আহোম — ৰজা কীৰ্ত্তিচন্দ্ৰ ।
২৭। ‘ চকৰী ফেঁটী ’ বুৰঞ্জীৰ ৰচক — নুমলী বৰগোঁহাই ।
২৮। মোগলসকলে অসম আক্ৰমণ কৰিছিল — ১৭ বাৰ ।
২৯। মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল — ১৮৭১ খ্ৰীঃত ।
৩০। অসমলৈ মান আনিছিল — বদন বৰফুকনে ।
৩১। দিহিংগীয়া ৰজাৰ প্ৰকৃত নাম — চুহুংমুং ( দিহিং নদীৰ পাৰত ৰাজধানী প্রতিষ্ঠা কৰাৰ কাৰণে ) ।
৩২। খোৰা ৰজা — চুখ্ৰাংফা ।
৩৩। ভগনীয়া ৰজা — জয়ধ্বজ সিংহ ।
৩৪। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা — কুমাৰ ভাস্কৰ বৰ্মন ।
৩৫। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন — ভগদত্ত ( কৌৰৱ পক্ষৰ হৈ ) ।
৩৬। বাণ ৰজাৰ ৰাজধানী — শোণিতপুৰ ।
৩৭। বাণ ৰজাৰ কন্যা — ঊষাদেৱী ।
৩৮। কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে — নৰকাসুৰে ।
৩৯। কোচ বংশৰ শ্ৰেষ্ঠ ৰজা — নৰনাৰায়ণ ।
৪০। নৰনাৰায়ণৰ সেনাপতি — মহাবীৰ চিলাৰায় ।
৪১। ইয়াণ্ডাবু সন্ধি — ২৪/০২/১৮২৬ চনত হয় । এই সন্ধি মান ৰজা আৰু বৃটিছৰ মাজত হৈছিল । সন্ধিৰ স্বৰ্ত্তমতে অসম ইংৰাজৰ অধীনলৈ যায় ।
৪২। অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ — পিয়লি ফুকন ।
৪৩। মণিৰাম দেৱানৰ ফাঁচি — ১৮৫৮ চনত ।
৪৪। ইংৰাজে বন্দী কৰা আহোম ৰজাজন — পুৰন্দৰ সিংহ ।
৪৫। অসমৰ আটাইতকৈ ওখ মন্দিৰটো — শিৱদৌল ।
৪৬। অসমলৈ মানসেনাক আমন্ত্ৰণ কৰি অনা আহোম সেনাৰ বৰফুকনজন — বদন বৰফুকন ।
৪৭। চিপাহী বিদ্রোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন — মণিৰাম দেৱান ।
৪৮। ১৯৪২ চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওতে শহীদ হোৱা কিশোৰীজনী — কনকলতা ।
৪৯। ১৯৪২ চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন — মুকুন্দ কাকতি ।
৫০। ১৯৪২ চনৰ আন্দোলনত বঢ়মপুৰত শ্বহীদ হোৱা মহিলা গৰাকী — ভোগেশ্বৰী ফুকননী ।
৫১। অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰিৰ সংঘৰ্ষত ১৮৬১ চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন — লেফটেনান্ট চিংগাৰ ।
৫২। ফুলগুৰিৰ কৃষক বিদ্রোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা — ৫৪ জন ।
৫৩। দিহিঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন — শ্ৰীমন্ত শংকৰদেৱ ।
৫৪। ৰজাঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যৎবাণী কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন — শিৱ সিংহ।
৫৫। পথৰুঘাটৰ ৰণ হৈছিল — ১৮৯৪ চনত ।
৫৬। ‘ অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ জন্ম — ১৮৮৮ চনৰ ২৫ আগষ্ট ।
৫৭। আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠিওৱা সন্ধিটো — ঘিলাঝাৰী ঘাটৰ সন্ধি ।
৫৮। আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ — ইটাখুলি ৰণ ।
৫৯। মুছলমানসকলে প্রথম অসম আক্রমণ কৰিছিল — ২০৬ খ্ৰীঃত ।
৬০। মানৰ প্ৰথম আক্রমণ — ১৮১৭ চনত ।
৬১। মহাত্মাগান্ধী অসমলৈ আহে ― ১৯২১ চনত ।
৬২। অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি — তৰুণৰাম ফুকন ।
৬৩। ১৯৪২ চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচী দিয়া অসমীয়াজন — কুশল কোঁৱৰ ।
৬৪। অসমত ‘ দাস প্রথা বিলোপ হয় — ১৮৪৩ চনত ।
৬৫। ভাৰতত মোগল সাম্রাজ্য প্রতিষ্ঠা হয় ― ইং ২৭/৪/১৫২৬ চন ।
৬৬। ভাৰতীয় হোমৰুল লীগ স্থাপন কৰে — বাল গংগাধৰ তিলকে ( ২৮/৪/১৯১৬ চনত ) ।
৬৭। ভাৰতৰ হিন্দু উত্তৰাধিকাৰী আইন গৃহীত হৈছিল — ইং ১৮/৬/১৯৫৬ চন ।
৬৮। ভাৰতত সকলো শিশুৰ বাবে চৰকাৰি শিক্ষা বাধ্যতামূলক হয় ― ১৫/৬/১৯৮১ চনত ।
৬৯। বৃটিছত মিউজিয়াম প্রতিষ্ঠা ― ৭/৬/১৭৫৩ চনত ।
৭০। তেলেংগনাক ভাৰতৰ ২৯ সংখ্যক ৰাজ্যৰ স্বীকৃতি প্রদান কৰা হয় — ২/৬/২০১৪ চনত ।
৭১। ভাৰতত অস্পৃশ্যতা নিবাৰক আইন প্ৰৱৰ্তন কৰা হয় — ১/৬/১৯৫৫ চনত ।
৭২। গোৱাক দেশৰ ২৫ সংখ্যক অংগৰাজ্যৰূপে স্বীকৃতি প্রদান কৰা হৈছিল — ইং ৩০/৫/১৯৮৭ চনত ।
৭৩। ভাৰতত বয়জ স্কাউট আন্দোলনৰ আৰম্ভ হয় — ৫/৪/১৯০৭ চনত ।
৭৪। বৃটিছ মিউজিয়াম প্রতিষ্ঠা ― ৫/৪/১৭৫৩ চনত ।
৭৫। ৱৰ্ল্ডট্ৰেড চেণ্টাৰ মুকলি ― ৫/৪/১৯৭৪ চনত।
৭৬। ভাৰতৰপৰা আফগানিস্তান পৃথক হয় — ২৬/৫/১৭৩৯ ত ।
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.
Many many thanks to this page.
Thank Yoy My Dear Viewers.