বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ অসমীয়া ভাষাত ৰাস্তা নিৰ্মাণৰ বাবে আবেদন | Application for Road Construction in Assamese লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ।
ৰাস্তা নিৰ্মাণৰ বাবে আবেদন | Application for Road Construction in Assamese
ৰাস্তা নিৰ্মাণৰ বাবে আবেদন
প্ৰতি,
মাননীয় চিলাপথাৰ গাওঁ পঞ্চায়তৰ সভাপতি/সম্পাদক মহোদয়/মহোদয়া বিষয়া।
বিষয়ঃ পকী ৰাস্তা নিৰ্মাণৰ বাবে আবেদন।
সভাপতি ডাঙৰীয়া,
আমাৰ দক্ষিণ ছুচাইটি গাঁৱৰ পৰা সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। আপোনাক আমাৰ গাঁৱৰ অতি গুৰুত্বপূৰ্ণ এটা সমস্যা দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আমাৰ গাঁৱৰ পৰা স্বাস্থ্য কেন্দ্ৰলৈ যোৱা ৰাস্তাটো পকী নোহোৱা বাবে গাঁৱৰ অধিবাসীসকলে খুবেই কষ্ট উপভোগ কৰিব লগীয়া হৈছে।
সেয়েহে আপোনাক আমি অনুৰোধ কৰিছোঁ যে, আপুনি আপোনাৰ উৰ্ধতম কর্তৃপক্ষক অৱগত কৰি পথটি পকীকৰণৰ বাবে সুব্যৱস্থা গ্ৰহণ কৰি দিয়ে যেন ধন্যবাদ।
গাওঁবাসীৰ চহী
১।
২।
৩।
৪।
৫।
Read More:
- বিদায় সভাৰ ভাষণ | Farewell Speech in Assamese
- এজাহাৰ কেনেকৈ লিখিব | FIR Writing in Assamese
- SEBA Class 9 Science All Chapter Question Answer in Bengali | নবম শ্রেণীর বিজ্ঞান পাঠ্যক্রমের প্রশ্নোত্তর
- SEBA Class 9 Social Science Question Answer in Bengali | নৱম শ্ৰেণীর সমাজ বিজ্ঞান পাঠ্যক্রমের প্রশ্নোত্তর
- SEBA Class 9 Science All Chapter Question Answer in Bengali | নবম শ্রেণীর বিজ্ঞান পাঠ্যক্রমের প্রশ্নোত্তর
- SEBA Class 10 Bengali All Chapter Question Answer | দশম শ্ৰেণীর বাংলা সাহিত্য চয়নিকা পাঠ্যক্রমের প্রশ্নোত্তর
- Class 10 | Social Science All Syllabus Answer in Bengali
অনুগ্ৰহ কৰি মন কৰিবঃ আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব ধন্যবাদ।

YouTube Channel