এজাহাৰ কেনেকৈ লিখিব | FIR Writing in Assamese

আৰক্ষী অধীক্ষক লৈ এজাহাৰ কেনেকৈ লিখিব | FIR Writing in Assamese আৱেদন পত্ৰ হৈছে এক নিৰ্দিষ্ট ব্যক্তি বা সংগঠনক যিকোনো অনুৰোধ কৰিবলৈ লিখা এক আনুষ্ঠানিক পত্ৰ। How to write FIR Application for Mental Harassment in Assamese আবেদন যিকোনো প্ৰকাৰৰ হ’ব পাৰে যেনে– চাকৰি সংক্ৰান্তত আবেদন, ছুটিৰ বাবে আবেদন, মন্ত্ৰী, বিধায়ক বা কোনো চৰকাৰী বিভাগলৈ আবেদন আদি বহু ক্ষেত্ৰত চিঠিপত্ৰ সহায় লব লাগে। Police FIR Application, Mental Harassment Complaint Online বহু যুগৰ পৰা চিঠি বা আবেদন পত্ৰ লিখি অহাৰ এটা পৰম্পৰা চলি আহিছে আৰু ইয়াক বৰ্তমান এটা বহু গুৰুত্বপূৰ্ণ বিষয় হিচাপে ধৰা হয়।

WhatsApp Channel
Join Now
YouTube Channel
Subscribe

এজাহাৰ কেনেকৈ লিখিব | FIR Writing in Assamese

আবেদন পত্ৰ বা চিঠি পত্ৰ আমাৰ জীৱনৰ বৰ্তমানো এক অতি জৰুৰী অংগ হয়। বৰ্তমান সকলো চৰকাৰী, বেচৰকাৰী প্ৰতিষ্ঠানৰ কামকাজত চিঠি পত্ৰৰ ব্যাপকৰূপে ব্যৱহাৰ কৰা দেখা যায়। ইয়াত আপুনি শিকিব কেনেকৈ অসমীয়া ভাষাত FIR Writing in Assamese লিখিব লাগে। গতিকে বেছি সময় নষ্ট নকৰাকৈ আৰম্ভ কৰোঁ আহক।

এজাহাৰ কেনেকৈ লিখিব

প্ৰতি,
মাননীয় চিলাপথাৰ আৰক্ষী খানৰ ভাৰপ্ৰাপ্ত মহোদয় বিষয়াৰ সমীপেষু।

তাৰিখঃ …………….

বিষয়ঃ এজাহাৰ

মহাশয়,
সন্মান পূৰ্বক বিনিত নিবেদন ইয়াৰ দ্বাৰা আপোনাক জনোৱা যায় যে (………….ব্যক্তিৰ নামঃ) নামৰ এজন ব্যক্তিয়ে সামাজিক (ফেচবুক) ৰ মাধ্যমত মোক হত্যাৰ ভাবুকি দিয়ে। মোক চিলাপথাৰত কেতিয়াও জীয়াই থাকিবলৈ নিদিও বুলি তেওঁ কয়। তেওঁৰ এই ভাবুকিৰ পাছৰ পৰা মই নিৰাপত্তাহীনতা তথা প্ৰাণৰ সংশয়ত ভূগিছোঁ।

গতিকে মহোদয়ে মোৰ এই সমগ্ৰ বিষয়টোৰ উচিত তদন্ত কৰি মোৰ ন্যায় প্ৰদান কৰে যেন ধন্যবাদ।

ইতি
আপোনাৰ বিশ্বাসী,
নামঃ…………….
ঠিকনাঃ…………
ফোন নংঃ………

Read Also:

অনুগ্ৰহ কৰি মন কৰিবঃ আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব ধন্যবাদ।

Ankit Roy

Founder & CEO

Roy Library

Hi! I’m Ankit Roy, Founder & CEO of Roy Library—An Educational platform dedicated to helping students learn better with quality Notes, Study Materials, Exam Suggestions, Textbooks, Previous Year Question Papers, Academic News, Job-Related News, and other useful educational resources.

Leave a Reply

error: Content is protected !!
Scroll to Top