গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন | Application for Resignation from The Group in Assamese

বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ অসমীয়া ভাষাত গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন | Application for Resignation from The Group in Assamese লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ।

WhatsApp Channel
Join Now
YouTube Channel
Subscribe
গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন | Application for Resignation from The Group in Assamese

Application for Resignation from The Group in Assamese

গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন 

প্ৰতি, 

      মাননীয় সভানেত্ৰী মহোদয়/মহোদয়া (গোটৰ নামঃ

তাং__________

বিষয়ঃ গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন।

মহাশয়/মহাশয়া,

      সন্মানপূৰ্বক বিনিত নিবেদন এই, যে মই (আপোনাৰ গোটৰ নামঃ) গোটৰ এগৰাকী সদস্য/সদস্যা হওঁ। মোৰ কিছুমান ঘৰুৱা সমস্যাৰ বাবে মই (আপোনাৰ গোটৰ নামঃ) ৰ পৰা অব্যাহতি ল’ব বিচাৰিছোঁ। 

      গতিকে মহাশয়/মহাশয়াই হিচাপ-নিকাচ কৰি মোৰ পাবলগীয়া ধনৰাশিখিনি দি মোক গোটৰ পৰা অব্যাহতি কৰি দিয়ে যেন। 

       এয়ে মোৰ মহাশয়/মহাশয়াৰ ওচৰত সৰল মিনতি।

ইতি,

আপোনাৰ বিশ্বাসী

নামঃ_________

অনুগ্ৰহ কৰি মন কৰিবঃ গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন | Application for Resignation from The Group in Assamese আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব। আপোনাৰ এটা বিনামূলীয়া Feedback এ আমাক কামৰ বাবে উৎসাহিত জগায় ধন্যবাদ।

SEBA Class 8 Bengali Question Answer | অষ্টম শ্রেণীর বাংলা পাঠ্যক্রমের প্রশ্নোত্তর

S.L. No.সূচীপত্র
পাঠ -১জোনাকি
পাঠ -২চিরকালের শরাইঘাট
পাঠ -৩অ্যান ফ্রাঙ্কের ডায়েরি
পাঠ -৪জাগো, জাগো ভারত সন্তান
পাঠ -৫হৈমবতীর আত্মবিশ্বাস
পাঠ -৬পুত্রভিক্ষা
পাঠ -৭মন্ত্ৰের সাধন
পাঠ -৮প্ৰশ্ন
পাঠ -৯আদাব
পাঠ -১০হারানো সভ্যতার খোঁজে
পাঠ -১১উপমন্যু
পাঠ -১২সুখ
পাঠ -১৩হোমি জাহাংগির ভাবা
পাঠ -১৪সংস্কৃতি এবং আমাদের জীবন
পাঠ -১৫শ্ৰীকৃষ্ণের মৃত্তিকা ভক্ষণ

Read Also:

We Hope the given Class 8 Bengali Question Answer will help you. If you Have any Regarding, Class 8 Bengali Question Answer PDF, drop a comment below and We will get back to you at the earliest.

Ankit Roy

Founder & CEO

Roy Library

Hi! I’m Ankit Roy, Founder & CEO of Roy Library—An Educational platform dedicated to helping students learn better with quality Notes, Study Materials, Exam Suggestions, Textbooks, Previous Year Question Papers, Academic News, Job-Related News, and other useful educational resources.

Leave a Reply

error: Content is protected !!
Scroll to Top