বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ অসমীয়া ভাষাত গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন | Application for Resignation from The Group in Assamese লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ।
Application for Resignation from The Group in Assamese
গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন
প্ৰতি,
মাননীয় সভানেত্ৰী মহোদয়/মহোদয়া (গোটৰ নামঃ)
তাং__________
বিষয়ঃ গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন।
মহাশয়/মহাশয়া,
সন্মানপূৰ্বক বিনিত নিবেদন এই, যে মই (আপোনাৰ গোটৰ নামঃ) গোটৰ এগৰাকী সদস্য/সদস্যা হওঁ। মোৰ কিছুমান ঘৰুৱা সমস্যাৰ বাবে মই (আপোনাৰ গোটৰ নামঃ) ৰ পৰা অব্যাহতি ল’ব বিচাৰিছোঁ।
গতিকে মহাশয়/মহাশয়াই হিচাপ-নিকাচ কৰি মোৰ পাবলগীয়া ধনৰাশিখিনি দি মোক গোটৰ পৰা অব্যাহতি কৰি দিয়ে যেন।
এয়ে মোৰ মহাশয়/মহাশয়াৰ ওচৰত সৰল মিনতি।
ইতি,
আপোনাৰ বিশ্বাসী
নামঃ_________
অনুগ্ৰহ কৰি মন কৰিবঃ গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন | Application for Resignation from The Group in Assamese আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব। আপোনাৰ এটা বিনামূলীয়া Feedback এ আমাক কামৰ বাবে উৎসাহিত জগায় ধন্যবাদ।
SEBA Class 8 Bengali Question Answer | অষ্টম শ্রেণীর বাংলা পাঠ্যক্রমের প্রশ্নোত্তর
S.L. No. | সূচীপত্র |
পাঠ -১ | জোনাকি |
পাঠ -২ | চিরকালের শরাইঘাট |
পাঠ -৩ | অ্যান ফ্রাঙ্কের ডায়েরি |
পাঠ -৪ | জাগো, জাগো ভারত সন্তান |
পাঠ -৫ | হৈমবতীর আত্মবিশ্বাস |
পাঠ -৬ | পুত্রভিক্ষা |
পাঠ -৭ | মন্ত্ৰের সাধন |
পাঠ -৮ | প্ৰশ্ন |
পাঠ -৯ | আদাব |
পাঠ -১০ | হারানো সভ্যতার খোঁজে |
পাঠ -১১ | উপমন্যু |
পাঠ -১২ | সুখ |
পাঠ -১৩ | হোমি জাহাংগির ভাবা |
পাঠ -১৪ | সংস্কৃতি এবং আমাদের জীবন |
পাঠ -১৫ | শ্ৰীকৃষ্ণের মৃত্তিকা ভক্ষণ |
Read Also:
- SEBA Class 10 Elective History Solutions – 2025 | Class 10 Elective History in English Medium
- SEBA Class 10 Elective History Important Solutions – 2025 | Class 10 Elective History MCQ Notes
- SEBA Class 10 Social Science Solutions in English – 2025 | Class 10 SST Question Answer
We Hope the given Class 8 Bengali Question Answer will help you. If you Have any Regarding, Class 8 Bengali Question Answer PDF, drop a comment below and We will get back to you at the earliest.
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.