Welcome to Roy Library, Where we provide Assamese, English, general knowledge of Assam, Indian World Current Affair. Assamese GK – ভাষা আৰু সাহিত্য | অসমীয়া সাধাৰণ জ্ঞান Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. Assamese GK – ভাষা আৰু সাহিত্য | অসমীয়া সাধাৰণ জ্ঞান This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.
Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge Assam GK Question and Answer General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ সাধাৰণ জ্ঞান কুইজ
Assamese GK – ভাষা আৰু সাহিত্য | অসমীয়া সাধাৰণ জ্ঞান
প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।
ভাষা আৰু সাহিত্য বিভিন্ন দিশত অসমৰ প্ৰথম ব্যক্তিসকল
১। অসমৰ ৰাজ্যিক ভাষা — অসমীয়া ।
২। অসমীয়া ভাষা-সাহিত্যৰ জনক — শ্ৰীমন্ত শংকৰদেৱ ।
৩। অসমীয়া নাট্য – সাহিত্যৰ জনক — শ্ৰীমন্ত শংকৰদেৱ ।
৪। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্য ― হৰিশ্চন্দ্ৰ উপাখ্যান ।
৫। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখন — চিহ্নযাত্রা ।
৬। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্ত্তিস্তম্ভ — “ কীৰ্ত্তন ঘোষা ” ।
৭। মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্রেষ্ঠ সাহিত্যকৃতি — ‘ নাম – ঘোষা ’
৮। অসমীয়া প্রথম কবিতা পুথিখন — ‘ প্ৰহ্লাদ – চৰিত ’ ( হেম সৰস্বতী ) ।
৯। অসমীয়া গদ্য – সাহিত্যৰ জনক — ভট্টদেৱ ।
১০। অসমীয়া ব্যাস — ৰাম সৰস্বতী ।
১১। অসমীয়া সাহিত্যৰ বেকন — সত্যনাথ বৰা ।
১২। অসমীয়া কথা – কবিতাৰ জনক — যতীন্দ্ৰনাথ দুৱৰা ।
১৩। অসমীয়া প্রথম ছপা পুথিখন — ধর্মপুস্তক ( আত্মাৰাম শৰ্মা ) ।
১৪। প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা — বনকুঁৱৰী ।
১৫। চুটিগল্পৰ জনক — লক্ষ্মীনাথ বেজবৰুৱা ।
১৬। প্রথম অসমীয়া গল্প সংকলনখন — ‘ সুৰভি ‘ ( লক্ষ্মীনাথ বেজবৰুৱা ) ।
১৭। বিভিন্ন বঁটা লাভ কৰা ৰংবং টেৰাঙৰ গ্ৰন্থখ — ৰংমিলিৰ হাঁহি ।
১৮। ‘ কীৰ্ত্তন – ঘোষা ’ সর্বপ্রথম ছপা কৰা ব্যক্তিজন — হৰিবিলাস আগৰৱালা ।
১৯। প্রথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথিখন — ‘ মৃত্যুঞ্জয় ’ ( বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য ) ।
২০। জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া মহিলা — ড° মামণি ৰয়চম গোস্বামী ।
২১। প্রথম অসমীয়া ব্যাকৰণখন — ‘ গ্ৰামাৰ অব্ আছামিজ লেংগুৱেজ ‘ ।
২২। অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিয়া ব্যক্তিজন — হেমচন্দ্ৰ বৰুৱা ।
২৩। অসমীয়া প্ৰথম বুৰঞ্জী প্ৰণেতা গৰাকী — দেবেন্দ্রনাথ বেজবৰুৱা ।
২৪। সংস্কৃতৰপৰা অনূদিত প্রথম নাটকখন — ‘ শকুন্তলা ‘ ( লম্বোধৰ বৰা ) ।
২৫। প্রথম অসমীয়া অনাতাঁৰ নাটক — ‘ বীণ – বৰাগী ‘ ।
২৬। অসমীয়া সাহিত্যৰ উপন্যাস সম্রাট — ৰজনীকান্ত বৰদলৈ ।
২৭। আধুনিক যুগৰ প্ৰথম উপন্যাস — ‘ ভানুমতী ’ ( পদ্মনাথ গোহাঞি বৰুৱা , ১৮০৯ ) ।
২৮। ‘ চামেলি মেমচাহাব’ৰ লিখক — নিৰোদ চৌধুৰী ।
২৯। ‘ অসমীয়া ল’ৰাৰ মিত্ৰ’ৰ লেখক — আনন্দৰাম ঢেকীয়াল ফুকন ( ১৮৪৯ চন ) ।
৩০। ‘ চিৰাজ ’ নাটকখনৰ নাট্যকাৰ — ফণী শৰ্মা ।
৩১। অসমীয়া প্রথম ভ্রমণ কাহিনী — ‘ বিলাতৰ চিঠি ’ জ্ঞানদাভিৰাম বৰুৱা ।
৩২। ‘ পৱিত্ৰ অসম ‘ গ্ৰন্থখনৰ লেখক — ড° মহেশ্বৰ নেওগ ।
৩৩। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি — পদ্মনাথ গোহাঞি বৰুৱা ( ১৯১৭ ) ।
৩৪। ‘ সাহিত্য অকাডেমী ’ পুৰস্কাৰ বিজয়ী প্রথম গল্প – সংকলন — ‘ গোলাম ’ ( সৌৰভ কুমাৰ চলিহা ) ।
৩৫। ‘ সাহিত্য অকাডেমী ’ পুৰস্কাৰ প্ৰাপ্ত হীৰেণ ভট্টাচাৰ্য্যৰ কবিতা পুথিখন — ‘ শইচৰ পথাৰ মানুহ ‘ ( ১৯৯২ ) ।
৩৬। মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল — ৰাম সৰস্বতীয়ে ।
৩৭। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক — শৰৎ চন্দ্ৰ গোস্বামী ।
৩৮। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি — লক্ষ্মীনাথ বেজবৰুৱা , চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্র গোস্বামী ।
৩৯। অসমীয়া প্রথম দৈনিক বাতৰি কাকতখন — ‘ দৈনিক বাতৰি ‘ ( ১৯৩৫ , সম্পাদক- নীলমণি ফুকন ) ।
৪০। প্রথম মহিলা আলোচনী — ‘ ঘৰ – জেউতি ‘ ।
৪১। প্রথম মাহেকীয়া আলোচনী — ‘ অৰুণোদয় ‘ ।
৪২। অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ লিখক — মাইল্ছ ব্ৰনছন ।
৪৩। অসমীয়া ভাষাত প্রথমে ব্যাকৰণ লিখিছিল — ইউলিয়াম ৰবিনছনে ।
৪৪। ডঃ ভূপেন হাজৰিকাদেৱে সম্পাদনা কৰা ইংৰাজী কাকতখন — ‘ নিউ ইণ্ডিয়া ’ ।
৪৫। অসমৰ প্ৰথম চাহ খেতিয়ক ― জগন্নাথ বৰুৱা ।
৪৬। উজনি অসমৰ প্ৰথম গ্রেজুৱেট — জগন্নাথ বৰুৱা ।
৪৭। নামনি অসমৰ প্ৰথম গ্রেজুৱেট — আনন্দৰাম বৰুৱা ।
৪৮। অসমৰ প্ৰথম আই . চি . এচ ― আনন্দৰাম বৰুৱা ।
৪৯। অসমৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱা ব্যক্তি — ফকৰুদ্দিন আলি আহমেদ ।
৫০। জাতীয় কংগ্ৰেছৰ সভাপতি — দেৱকান্ত বৰুৱা ( ১৯৭৫ চন ) ।
৫১। অসমৰ প্ৰথম ৰাজ্যপাল হোৱা ব্যক্তি — বিষ্ণুৰাম মেধি ( তামিলনাডু )
৫২। প্রথম পি.এইচ.ডি ― ড° ময়িদুল ইছলাম বৰা।
৫৩। ভাৰতৰ উচ্চতম্ ন্যায়ালয়ৰ বিচাৰপতি — পাৰ্বতী কুমাৰ গোস্বামী ।
৫৪। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি — হলিৰাম ডেকা ।
৫৫। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য — কৃষ্ণকান্ত সন্দিকৈ ( ১৯৪৮ ) ।
৫৬। স্বাধীন অসমৰ মুখ্যমন্ত্ৰী — গোপীনাথ বৰদলৈ।
৫৭। অৰ্জ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া — দৌৰবিদ ভোগেশ্বৰ বৰুৱা ।
৫৮। পদ্মভূষণ উপাধি — প্রাক্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহা ।
৫৯। সংগীত নাটক একাডেমী বঁটা — শ্ৰীশ্ৰী মিত্ৰদেৱ মহন্ত ।
৬০। সাহিত্য একাডেমী বঁটা — যতীন্দ্রনাথ দুৱৰা ।
৬১। বিলাতত শিক্ষা লাভ কৰা প্ৰথম অসমীয়া — আনন্দৰাম ঢেকীয়াল ফুকন ।
৬২। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া — ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য ।
৬৩। অসমীয়া টাইপ্ ৰাইটাৰৰ আৱিষ্কাৰক — হৰিপ্ৰসাদ বৰুৱা ।
৬৪। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডি.লিট উপাধি — ড° সূর্যকুমাৰ ভূঞা ।
৬৫। সৰ্বভাৰতীয় বিজ্ঞানী বঁটা — খনিন্দ্ৰ বৰুৱা ।
৬৬। সৰ্বভাৰতীয় দাদাচাহেব ফাল্কে বঁটা — ড° ভূপেন হাজৰিকা ।
৬৭। অসম আন্দোলনৰ প্ৰথম শ্বহীদ — খৰ্গেশ্বৰ তালুকদাৰ ।
৬৮। ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ — ৰঞ্জিত বৰপুজাৰী ।
৬৯। সাহিত্য সভাৰ প্ৰথম সভাপতি — পদ্মনাথ গোহাঞি বৰুৱা ( শিৱসাগৰ ) ।
৭০। বিজ্ঞান বিষয়ত ডক্টৰেট উপাধি পোৱা প্ৰথমজন অসমীয়া বিজ্ঞানী — ৰাধিকাৰাম ঢেকিয়াল ফুকন ।
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.