Assamese GK Question and Answer – 2024 [Part – 2] | অসমীয়া সাধাৰণ জ্ঞান MCQ

Join Roy Library Telegram Groups

Hello Viewers Today’s We are going to Share With You Assamese GK Question and Answer – 2024 [Part – 2] | অসমীয়া সাধাৰণ জ্ঞান MCQ Here you can Find some important Assamese General Knowledge Book Question and Answer for all upcoming competitive exam. অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ I hope that it’s help you to increase your knowledge. Assamese General knowledge Book MCQ for Competitive Exam.

Assamese GK Question and Answer – 2024 [Part – 2] | অসমীয়া সাধাৰণ জ্ঞান MCQ

Assamese General Knowledge Book MCQ With Answers PDF This is important Questions for your all Assamese GK MCQ Important Question With Answers PDF Competitive exam preparation. Assamese MCQ for Competitive Exams with Answers PDF If you liked Assamese GK Questions And Answers PDF Then Please Do Share this Post With your Friends as Well. All the best for your GK in Assamese Language all upcoming competitive Exam.

অসমীয়া সাধাৰণ জ্ঞান MCQ [Part – 2]

1. Devdas পুথিখনৰ লেখক কোন?

(ক) Sarat Chandra Chattopadhyay.

(খ) Bankim Chandra Chattopadhyay.

(গ) Mulk Raj Anand.

(ঘ) None of these.

উত্তৰঃ (ক) Sarat Chandra Chattopadhyay.

2. GST আৰম্ভ কৰা প্ৰথম দেশ কোনখন? 

(ক) ফ্ৰান্স।

(খ) কানাডা।

(গ) ইটালী।

(ঘ) আমেৰিকা।

উত্তৰঃ (ক) ফ্ৰান্স।

3. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল?

(ক) পদ্মনাথ গোহাঞি বৰুৱা।

(খ) চন্দ্ৰকুমাৰ আগৰৱালা।

(গ) শিৱৰাম শৰ্মা বৰদলৈ। 

(ঘ) লক্ষ্মীনাথ বেজবৰুৱা।

উত্তৰঃ (গ) শিৱৰাম শৰ্মা বৰদলৈ।

4. 2022 চনত ভাৰতৰ ‘মুখ্য সচিবৰ প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন’ৰ অধ্যক্ষ কোনে কৰিছিল?

(ক) নিৰ্মলা সীতাৰমণ।

(খ) নৰেন্দ্ৰ মোদী।

(গ) ৰামনাথ কোবিন্দ।

(ঘ) ৰাজনাথ সিং।

উত্তৰঃ (খ) নৰেন্দ্ৰ মোদী।

5. কাৰ নেতৃত্বত ব্ৰহ্ম সংহতিৰ জন্ম হৈছিল?

(ক) শংকৰদেৱ।

(খ) মাধৱদেৱ।

(গ) দামােদৰদেৱ।

(ঘ) পীতাম্বৰদেৱ।

উত্তৰঃ (গ) দামােদৰদেৱ।

6. কোনে ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল?

(ক) ঘটকাসুৰ।

(খ) বানাসুৰ।

(গ) ভগদত্ত।

(ঘ) নৰকাসুৰ।

উত্তৰঃ (ঘ) নৰকাসুৰ।

7. কোন চনত অসমত লোকপিয়ল হোৱা নাছিল?

(ক) ১৯৫১

(খ) ১৯৬১

(গ) ১৯৭১

(ঘ) ১৯৮১

উত্তৰঃ (ঘ) ১৯৮১

8. তলত উল্লেখ কৰা সকলৰ ভিতৰত ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন?

(ক) ৰাম সৰস্বতী।

(খ) মাধৱ কন্দলী।

(গ) অনন্ত কন্দলি।

(ঘ) শংকৰদেৱ।

উত্তৰঃ (খ) মাধৱ কন্দলী।

9. অসমক কিমান চনত বঙ্গৰ পৰা পৃথক কৰা হয়? 

(ক) 1833

(খ) 1858

(গ) 1868

(ঘ) 1874

উত্তৰঃ (ঘ) 1874

10. ‘নমামি  ব্ৰহ্মপুত্ৰ’ উৎসৱ প্ৰথম বাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল?

(ক) মাৰ্চ ২০১৭ চন।

(খ) এপ্ৰিল ২০১৭ চন।

(গ) জুন ২০১৭ চন।

(ঘ) অক্টোবৰ ২০১৭ চন।

উত্তৰঃ (খ) এপ্ৰিল ২০১৭ চন।

11. ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ’ বুলি কোৱা হয়?

(ক) মৌৰ্য যুগ।

(খ) মধ্য যুগ।

(গ) গুপ্ত যুগ।

(ঘ) আধুনিক যুগ।

উত্তৰঃ (গ) গুপ্ত যুগ।

12. সাহিত্য অকাডেমী পুৰস্কাৰ পোৱা ‘ ৰং মিলিৰ হাঁহি ‘ উপন্যাসখনৰ ৰচক কোন?

(ক) ৰংবং তেৰাঙ।

(খ) ৰবিন্সন। 

(গ) দীননাথ শৰ্মা।

(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) ৰংবং তেৰাঙ

13. ‘সোনৰ খাৰু নালাগে মোক’ নামৰ উপন্যাসৰ লেখক কোন?

(ক) ধীৰেন বৰুৱা। 

(খ) মহেশ্বৰ নেওগ।

(গ) লক্ষ্মীনাথ বেজবৰুৱা।

(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) ধীৰেন বৰুৱা।

14. কোন জন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্য্যদা প্ৰদান কৰিছিল?

(ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ।

(খ) স্বৰ্গদেউ প্ৰমত্ত সিংহ।

(গ) স্বৰ্গদেউ গদাধৰ সিংহ।

(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (ক) স্বৰ্গদেউ ৰুদ্ৰসিংহ।

15. বৰগীত সমূহক “Holy song” বুলি কোনে আখ্যা দিছিল? 

(ক) দেৱেন্দ্ৰনাথ বেজবৰুৱা দেৱে।

(খ) ড° বাণীকান্ত কাকতি দেৱে।

(গ) কালিৰাম মেধিয়ে।

(ঘ) ওপৰৰ এটাও শুদ্ধ নহয়।

উত্তৰঃ (গ) কালিৰাম মেধিয়ে।

16. কোনখন গ্ৰন্থক ইন্টাৰনেটত প্ৰকাশ পোৱা প্ৰথম খন অসমীয়া গ্ৰন্থ হিচাপে জনা যায়?

(ক) হীৰেন ভট্টাচাৰ্যৰ ‘ সুগন্ধি পখিলা’।

(খ) ড: যতীন মিপুনৰ ‘মিকচিজিলি’।

(গ) বিপুলজ‍্যোতি শইকীয়াৰ ‘মহাকাব‍্যৰ প্ৰথম পাত’।

(ঘ) হীৰেন ভট্টাচাৰ্যৰ ‘জোনাকী মন আৰু অনুষংগ’।

উত্তৰঃ (খ) ড: যতীন মিপুনৰ ‘মিকচিজিলি’।

17. দৌৰবিদ হীমা দাসক কি নামেৰে জনা যায়?

(ক) দৌৰ এক্সপ্ৰেস।

(খ) এচিয়ান এক্সপ্ৰেস।

(গ) নগাঁও এক্সপ্ৰেস।

(ঘ) ধিং এক্সপ্ৰেস।

উত্তৰঃ (ঘ) ধিং এক্সপ্ৰেস।

18. ৰক্ত কৰবী নাটৰ ৰচক/ৰচয়িতা?

(ক) গুৰু ৰাম দাস।

(খ) অমৃতা প্ৰীতম।

(গ) মামণি ৰয়ছম গোস্বামী।

(ঘ) ৰবীন্দ্রনাথ ঠাকুৰ।

উত্তৰঃ (ঘ) ৰবীন্দ্রনাথ ঠাকুৰ।

19. কটন কলেজ কোন‌ চনত স্থাপন কৰা হৈছিল?

(ক) ১৯৪৭

(খ) ১৯০১

(গ) ১৯৪৮

(ঘ) ১৯৮০

উত্তৰঃ (খ) ১৯০১

20. কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?

(ক) ১৯৫১ চন।

(খ) ১৯৬১ চন।

(গ) ১৯৬২ চন।

(ঘ) ১৯৭১ চন।

উত্তৰঃ (খ) ১৯৬১ চনত।

We Hope the given Assamese General Knowledge Book Question and Answer will help you. If you Have any Regarding, General knowledge MCQ for Competitive Exams, drop a comment below and We will get back to you at the earliest.

Leave a Reply

error: Content is protected !!
Scroll to Top