Assamese GK Question and Answer – 2024 [Part – 4] | অসমীয়া সাধাৰণ জ্ঞান MCQ

Join Roy Library Telegram Groups

Hello Viewers Today’s We are going to Share With You Assamese GK Question and Answer – 2024 [Part – 4] | অসমীয়া সাধাৰণ জ্ঞান MCQ Here you can Find some important Assamese General Knowledge Book Question and Answer for all upcoming Assamese GK MCQ Important Question With Answers PDF Competitive exam. অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ I hope that it’s help you to increase your knowledge. Assamese General knowledge Book MCQ for Competitive Exam.

Assamese GK Question and Answer – 2024 [Part – 4] | অসমীয়া সাধাৰণ জ্ঞান MCQ

Assamese General Knowledge Book MCQ This is important Questions for your all Assamese GK MCQ Important Question With Answers PDF Competitive exam preparation. Assamese MCQ for Competitive Exams with Answers PDF If you liked Assamese GK Questions And Answers PDF Then Please Do Share this Post With your Friends as Well. All the best for your GK in Assamese Language all upcoming competitive Exam.

অসমীয়া সাধাৰণ জ্ঞান MCQ [Part – 4]

1. মণিৰাম দেৱানৰ লগত কোনজন সহযোগীক ফাঁচি দিয়া হৈছিল-

(ক) কুশল কোঁৱৰ।

(খ) গোমধৰ কোঁৱৰ।

(গ) পিয়লি ফুকন।

(ঘ) পিয়লি বৰুৱা।

উত্তৰঃ (ঘ) পিয়লি বৰুৱা।

2. ৰাষ্ট্ৰসংঘৰ  মানৱ অধিকাৰ আয়োগ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল?

(ক) 1945

(খ) 1946

(গ) 1948

(ঘ) 1950

উত্তৰঃ (ঘ) 1950

3. প্রাচীন কামৰূপৰ বৰ্মণ বংশৰ প্ৰতিষ্ঠাপক ৰজা আছিল?

(ক) পুষ্যবর্মণ।

(খ) ভূতি বর্মণ।

(গ) ভাস্কৰ বর্মণ।

(ঘ) কুমাৰ বৰ্মণ।

উত্তৰঃ (ক) পুষ্যবর্মণ।

4. বর্মণ বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মণৰ নামত অসমত ক’ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে?

(ক) নলবাৰী।

(খ) কামৰূপে।

(গ) ধুবুৰী।

(ঘ) তেজপুৰ।

উত্তৰঃ (ক) নলবাৰী।

5. শুদ্ধ ঐতিহাসিক ক্ৰমটো হ’ল —

(ক) বর্মণ বংশ-ম্লেছ বংশ-পাল বংশ।

(খ) পাল বংশ-ম্লেছ বংশ-বর্মণ বংশ।

(গ) বর্মণ বংশ-পাল বংশ-শ্লেছ বংশ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) বর্মণ বংশ-ম্লেছ বংশ-পাল বংশ।

6. পুৰণি অসমত ম্লেছবংশৰ প্ৰতিষ্ঠাপক ৰজা হ’ল —

(ক) শালস্তম্ভ। 

(খ) নৰকাসুৰ।

(গ) মল্লদেৱ। 

(ঘ) মহামানিক্য।

উত্তৰঃ (ক) শালস্তম্ভ।

7. প্রাচীন অসমৰ বৰ্মণ বংশই ৰাজত্ব কৰিছিল —

(ক) 350 AD – 650 AD

(খ) 150 AD – 650 AD

(গ) 650 AD – 1228 AD

(ঘ) 700 AD – 1200 AD

উত্তৰঃ (গ) 650 AD – 1228 AD

8. বর্মণ বংশৰ ৰজাসকলৰ কোনখন বিদেশী ৰাজ্যৰ লগত কুটনৈতিক সম্পর্ক আছিল—

(ক) চীন।

(খ) জাপান।

(গ) নেপাল। 

(ঘ) ভূটান।

উত্তৰঃ (ক) চীন।

9. আহোমৰ কোনজন ৰজাই দীৰ্ঘদিন ধৰি ৰাজত্ব কৰিছিল?

(ক) চুখামফা।

(খ) চুহুংমুং।

(গ) চুক্লেংমুঙ।

(ঘ) চক্ৰধ্বজ সিংহ।

উত্তৰঃ (ক) চুখামফা।

10. স্বৰ্ণকমল বঁটা পোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰ-

(ক) ডা: বেজবৰুৱা (১৯৬৯)।

(খ) ইটো সিটো বহুতো (১৯৬৩)।

(গ) হালধীয়া চৰাইয়ে বাও ধান খাই (১৯৮৭)।

(ঘ) জয়মতী (১৯৩৫)।

উত্তৰঃ (গ) হালধীয়া চৰাইয়ে বাও ধান খাই (১৯৮৭)।

11. চুতীয়া বংশৰ অন্তিম গৰাকী ৰাণী আছিল-

(ক) সতী জয়মতী।

(খ) সতী সাধনী।

(গ) মূলা গাভৰু।

(ঘ) সতী বেউলা।

উত্তৰঃ (খ) সতী সাধনী।

12. নিয়ন্ত্ৰিত পদ্ধতিৰে পাৰমাণৱিক বিক্ৰিয়াটো সম্পন্ন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবোৰক বোলা হয় –

(ক) পাৰমাণৱিক ৰিয়েক্টৰ।

(খ) প্ৰজননকাৰী ৰিয়েক্টৰ।

(গ) তাপপাৰমাণৱিক সংযোজন।

(ঘ) চাইক্ল’ট্ৰন।

উত্তৰঃ (ক) পাৰমাণৱিক ৰিয়েক্টৰ।

13. সৰকাৰীয়া আয়োগ তলৰ কোনটোৰ লগত জড়িত?

(ক) কেন্দ্ৰ আৰু ৰাজ্যিক সম্পৰ্ক।

(খ) বেংকিং আৰু বিত্তীয় খণ্ড।

(গ) নিৰ্বাচন সংস্কাৰ।

(ঘ) ভাৰতত প্ৰেছ স্বাধীনতা।

উত্তৰঃ (ক) কেন্দ্ৰ আৰু ৰাজ্যিক সম্পৰ্ক।

14. বিমষ্টেক প্ৰযুক্তি হস্তান্তৰ কেন্দ্ৰৰ স্থান কোনটো?

(ক) নতুন দিল্লী।

(খ) জাকাৰ্টা।

(গ) কলম্বো।

(ঘ) ঢাকা।

উত্তৰঃ (গ) কলম্বো।

15. ভাৰতনাট্যম নৃত্য কোনখন ৰাজ্য ৰ লগত জড়িত?

(ক) কেৰেলা।

(খ) মণিপুৰ।

(গ) তামিলনাডু।

(ঘ) উত্তৰ প্ৰদেশ।

উত্তৰঃ (গ) তামিলনাডু।

16. ভাৰতৰ কোন খন ৰাজ্যৰ জন সংখ্যা আটাইতকৈ কম?

(ক) গোৱা।

(খ) চিকিম।

(গ) মিজোৰাম।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) গোৱা।

17. কেন্দ্রীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱৰ সূচনা কৰিব পাৰি তলৰ কোনটোত?

(ক) কেৱল লোকসভা।

(খ) কেৱল ৰাজ্যসভা।

(গ) হয় লোকসভা বা ৰাজ্যসভা।

(ঘ) কেৱল ৰাষ্ট্ৰপতিৰ পূৰ্ব সন্মতি সাপেক্ষে লোকসভা।

উত্তৰঃ (ক) কেৱল লোকসভা।

18. ২০২২ চনৰ ইণ্ডোনেছিয়া মাষ্টাৰছ বেডমিণ্টনত পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছে?

(ক) ভিক্টৰ এক্সেলচেন।

(খ) ডমিনিক থিম।

(গ) এণ্টনচেনৰ অধীনত।

(ঘ) আলেকজেণ্ডাৰ ঝ্ভেৰভ।

উত্তৰঃ (ক) ভিক্টৰ এক্সেলচেন।

19. নতুনকৈ গঠিত ‘I2U2 Grouping’ ৰ সদস্য কোন কোন দেশ?

(ক) ভাৰত, ইজৰাইল, আমেৰিকা আৰু ইউ এ ই।

(খ) ভাৰত, ইৰাক, আমেৰিকা আৰু ইউ এ ই।

(গ) ভাৰত, ইজৰাইল, আমেৰিকা আৰু ব্ৰিটেইন।

(ঘ) ভাৰত, ইৰাক, আমেৰিকা আৰু ব্ৰিটেইন।

উত্তৰঃ (ক) ভাৰত, ইজৰাইল, আমেৰিকা আৰু ইউ এ ই।

20. চিপকো আন্দোলন(Chipko Movement) কোন ৰাজ্যত হৈছিল?

(ক) গুজৰাট।

(খ) উৰিষ্যা।

(গ) হিমাচল প্ৰদেশ।

(ঘ) উত্তৰ প্ৰদেশ।

উত্তৰঃ (ঘ) উত্তৰ প্ৰদেশ।

We Hope the given Assamese General Knowledge Book Question and Answer will help you. If you Have any Regarding, General knowledge MCQ for Competitive Exams, drop a comment below and We will get back to you at the earliest.

Leave a Reply

error: Content is protected !!
Scroll to Top