বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ অসমীয়া ভাষাত প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি আবেদন | Application for leave to the Headmaster in Assamese লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ।
প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি আবেদন | Application for leave to the Headmaster in Assamese
প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি আবেদন
প্ৰতি,
মাননীয় চিতাৰাম টায়ে টাউন হাই স্কুলৰ প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু।
তাৰিখঃ …………….
বিষয়ঃ ছুটি বিচাৰি আবেদন।
মহাশয়,
সন্মান পূৰ্বক বিনীত নিবেদন এই যে মই যোৱা ০৪/০৬/২০২২ তাৰিখৰ পৰা ১০/০৬/২০২২ তাৰিখলৈ মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম। কাৰণ মই মোৰ সৰু ভন্টিৰ বিয়াৰ বাবে পৰিয়ালৰ লগত গুৱাহাটীলৈ লৰা চাবলৈ যাম।
গতিকে মহোদয়ে মোক উক্ত দিন কেইটাৰ বাবে ছুটি মঞ্জুৰ কৰি বাধিত কৰে যেন ধন্যবাদ ।
ইতি
আপোনাৰ একান্ত বাধ্য ছাত্ৰ
নামঃ ……………………
শ্ৰেণীঃ ………………….
ৰোল নংঃ ……………..
Read More: লাচিত বৰফুকনৰ ওপৰত ৰচনা | Essay Writing on Lachit Barphukan in Assamese
Read More: ৰাস্তা নিৰ্মাণৰ বাবে আবেদন | Application for Road Construction in Assamese
Class 8 English Solutions
S.L. No. | CONTENTS |
Chapter 1 | The Prince of Panidihing |
Chapter 2 | My Native Land |
Chapter 3 | Explore India: Quiz Time |
Chapter 4 | Dokchory learns about the panchayat |
Chapter 5 | Louis Pasteur |
Chapter 6 | A New Day, A New way |
Chapter 7 | Sympathy |
Chapter 8 | Chandraprabha Saikiani |
Read For Pleasure | |
Chapter 1 | The wooden Horse |
Chapter 2 | Two Drops of pulse polio |
Chapter 3 | The second voyage of sindbad |
Chapter 4 | Albert Schweitzer |
Chapter 5 | The village child |
Chapter 6 | The Three Runners |
Chapter 7 | The spider and the Fly |
Chapter 8 | On Happiness |
Class 8 Social Science Solutions
অনুগ্ৰহ কৰি মন কৰিবঃ Application[1] for leave to the Headmaster in Assamese | প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি আবেদন। আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব। আপোনাৰ এটা বিনামূলীয়া Feedback এ আমাক কামৰ বাবে উৎসাহিত জগায় ধন্যবাদ।
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.