Welcome to Roy Library, Where we provide Assamese English general knowledge of Assam,Indian,World Current Affair. Assamese GK – অসমীয়া সাধাৰণ জ্ঞান Question and Answer (part –2) – 2022. Here you can get some important Assamese General Knowledge question and Answer for all upcoming competitive govt job exam. I hope that it’s help you to increase your knowledge. This is, important Questions for your all competitive exam preparation. Keep Learning and also share in Our website with your friends or Social Platform. All the best for your all upcoming competitive Exams.
Assamese GK PDF, Assamese GK question Answer, Assamese GK MCQ, Assamese GK Book, Assamese GK Mock Test, Assam GK Assamese Quiz, Assamese General Knowledge 2022, Assam GK Question and Answer 2022, General Knowledge of Assam, অসমীয়া সাধাৰণ জ্ঞান 2022, অসমীয়া GK PDF, অসমীয়া কুইজ, নতুন কুইজ 2022, সাধাৰণ জ্ঞান কুইজ
Assamese GK – অসমীয়া সাধাৰণ জ্ঞান Question and Answer (part –2) – 2022
প্ৰথমতে আমাৰ ৰয় লাইব্ৰেৰীলৈ আপোনাক স্বাগতম জনাইছোঁ। ইয়াত আমি অসম, ভাৰত, বিশ্ব, সকলোধৰণৰ সাধাৰণ জ্ঞান প্ৰদান কৰোঁ। ইয়াত আপুনি আগন্তুক সকলো ধৰণৰ চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব পাৰে। মই আশা কৰোঁ যে এই বহুমূললিয়া প্ৰশ্নোত্তৰ সমূহ আপোনাক/আপোনাৰ পৰীক্ষাৰ কাৰণে জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব।আপোনি আমাৰ ৱেবছাইটত পঢ়া অব্যাহত ৰাখক আৰু লগতে আপোনাৰ বন্ধুবৰ্গ বা সামাজিক মঞ্চৰ সৈতে ভাগ বতৰা কৰক। আপোনাৰ সকলো ধৰণৰ আগন্তুক পৰীক্ষাৰ বাবে শুভকামনা যাচিছোঁ।
Assamese GK – অসমীয়া সাধাৰণ জ্ঞান (part –2)
প্ৰশ্ন ১। স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন ?
উত্তৰঃ গোপীনাথ বৰদলৈ ।
প্ৰশ্ন ২। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন ?
উত্তৰঃ ড০ হিমন্ত বিশ্ব ৰ্শমা ।
প্ৰশ্ন ৩। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল গৰাকীৰ নাম কি ?
উত্তৰঃ ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী ।
প্ৰশ্ন ৪। বৰ্তমান অসমৰ ৰাজ্যপাল কোন ?
উত্তৰঃ জগদীশ মুখী ।
প্ৰশ্ন ৫। বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন ?
উত্তৰঃ ৰণোজ পেগু ।
প্ৰশ্ন ৬। আহোমসকলৰ ভাষাত অসমৰ নাম কি ?
উত্তৰঃ মুংদুনদুন খাম ।
প্ৰশ্ন ৭। অসমৰ আটাইতকৈ ওখ মন্দিৰটো কি ?
উত্তৰঃ শিৱদৌল ।
প্ৰশ্ন ৮। অসমত সৰ্বপ্ৰথম ৰেলপথ স্থাপন কেতিয়া হৈছিল ?
উত্তৰঃ ১৮৮২ চনত ।
প্ৰশ্ন ৯। অসমত চাহগছ কোনে আৱিষ্কাৰ কৰিছিল ?
উত্তৰঃ চি. এ. ব্ৰুচে ।
প্ৰশ্ন ১০। অসমত সৰ্বপ্ৰথম জাহাজ কেতিয়া চলিছিল ?
উত্তৰঃ ১৮৪৯ চনত ব্ৰহ্মপুত্ৰত ।
প্ৰশ্ন ১২। অসমত সৰ্ব্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি ?
উত্তৰঃ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।
প্ৰশ্ন ১৩। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি ?
উত্তৰঃ চৈয়দা আনোৱাৰা টাইমূৰ ।
প্ৰশ্ন ১৪। অসমৰ প্ৰথম আই. চি. এচ কোন ?
উত্তৰঃ আনন্দৰাম বৰুৱা ।
প্ৰশ্ন ১৫। কোনে অসমীয়া ভাষাত প্ৰথমে ব্যাকৰণ লিখিছিল ?
উত্তৰঃ উইলিয়াম ৰবিনছনে ।
প্ৰশ্ন ১৬। অসমীয়া টাইপ্ ৰাইটাৰৰ আৱিষ্কাৰক কোন ?
উত্তৰঃ হৰিপ্ৰসাদ বৰুৱা ।
প্ৰশ্ন ১৭। GST ৰ সম্পূৰ্ণ অৰ্থ কি ?
উত্তৰঃ Good and Service Tax .
প্ৰশ্ন ১৭। অসমত ৰ্বতমান কিমানখন দন্ত চিকিৎসা মহাবিদ্যালয় আছে ?
উত্তৰঃ ৩ খন ।
প্ৰশ্ন ১৮। ATM ৰ সম্পূৰ্ণ নাম কি ?
উত্তৰঃ Automated Teller Machine .
প্ৰশ্ন ১৯। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম মেডিকেল কলেজে কোনখন ?
উত্তৰঃ অসম মেডিকেল কলেজে ।
প্ৰশ্ন ২০। অসমত কেতিয়া পুলিচ গঠন হৈছিল ?
উত্তৰঃ ১৮২৬ চনত ।
প্ৰশ্ন ২১। ‘ফে’চবুকʼৰ জন্মদাতা কোন ?
উত্তৰঃ মাৰ্ক জুকাৰবাৰ্গ ।
প্ৰশ্ন ২২। অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি ?
উত্তৰঃ আছাম ট্ৰিবিউন (১৯৪৬), প্ৰথম সম্পাদক লক্ষ্মীনাথ ফুকন ।
প্ৰশ্ন ২৩। অসমৰ প্ৰথম চনেট কবিৰ নাম কি ?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী।
প্ৰশ্ন ২৪। অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল ?
উত্তৰঃ হলীৰাম মেধি ।
প্ৰশ্ন ২৫। অসমৰ প্ৰথমটো তেল শোধানাগাৰ কেতিয়া কʼত স্থাপন কৰা হৈছিল ?
উত্তৰঃ ১৯০১ চনত ডিগবৈত ।
প্ৰশ্ন ২৬। অসমত প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল?
উত্তৰঃ ১৯৮৫ চনত ।
প্ৰশ্ন ২৭। অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ?
উত্তৰঃ ভোগেশ্বৰ বৰুৱাই ।
প্ৰশ্ন ২৮। অৰ্জুন বঁটা বিজয়ী দ্বিতীয়গৰাকী খেলুৱৈ কোন ?
উত্তৰঃ মনালিছা বৰুৱা ।
প্ৰশ্ন ২৯। প্ৰথম অসমীয়া ৰঙীন ছবি ?
উত্তৰঃ ভাইটি (১৯৭২) ।
প্ৰশ্ন ৩০। দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন কি ?
উত্তৰঃ বৃষ্টি ।
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.