Grade III & IV Multiple Choice Question Answer in Assamese Set – 4 চলচ্চিত্র

Join Roy Library Telegram Groups

Welcome to Roy Library: Here in this post We Provide some of the important General Knowledge MCQ Question Answers. Gk for Assam Direct Recruitment Exams. Assam Direct Recruitment Grade 3 & 4 Exam Free Questions and Answers in Assamese. ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 4 চলচ্চিত্র, ADRE Grade III & IV Multiple Choice Question Answer in Assamese Set – 4 চলচ্চিত্র, Assam Direct Recruitment Grade III & IV Objective Types Question Answer PDF Bank is Available Free in Assamese Medium.

Grade III & IV Multiple Choice Question Answer in Assamese Set – 4 চলচ্চিত্র

These Questions are also important for all other Assam Competitive Exams like: TET, APSC, Assam Police etc. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read Assam Direct Recruitment Grade 3 & 4 MCQ in Assamese from the link given below.

১। প্ৰথমখন অসমীয়া চলচ্চিত্র ‘জয়মতী’ কেতিয়া মুক্তি পাইছিল?

(ক) ১৯৩৫

(খ) ১৯৩৬

(গ) ১৯৩৭

(ঘ) ১৯৩৯

উত্তৰঃ (ক) ১৯৩৫

২। প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চলচ্চিত্ৰখনৰ নাম কি?

(ক) শকুন্তলা।

(খ) ভাইটি।

(গ) অপৰূপা।

(ঘ) চিৰাজ।

উত্তৰঃ (খ) ভাইটি।

৩। দ্বিতীয়খন অসমীয়া চলচ্চিত্র ‘ইন্দ্ৰমালতী’ কোনে নিৰ্মাণ কৰিছিল?

(ক) বিষ্ণুপ্ৰসাদ ৰাভা।

(খ) ফণী শৰ্মা।

(গ) জ্যোতিপ্ৰসাদ আগৰৱালা।

(ঘ) কমলনাৰায়ণ চৌধুৰী।

উত্তৰঃ (গ) জ্যোতিপ্ৰসাদ আগৰৱালা।

৪। শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

(ক) ৰাগ বিৰাগ।

(খ) অদাহ্য।

(গ) হালধীয়া চৰায়ে বাওধান খায়।

(ঘ) লাজ।

উত্তৰঃ (গ) হালধীয়া চৰায়ে বাওধান খায়।

৫। শ্রেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্র বটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন বাৰু?

(ক) বিদ্যা ৰাও।

(খ) মৃদুলা বৰুৱা।

(গ) মলয়া গোস্বামী।

(ঘ) পূৰৱী শৰ্মা।

উত্তৰঃ (গ) মলয়া গোস্বামী।

৬। উপন্যাসৰ আধাৰত নির্মিত প্রথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি?

(ক) মনোমতী।

(খ) বদন বৰফুকন।

(গ) ৰূপহী।

(ঘ) পাৰঘাট।

উত্তৰঃ (ক) মনোমতী।

৭। ড° ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা চলচ্চিত্ৰখনৰ নাম কি?

(ক) প্রতিধ্বনি।

(খ) মন প্রজাপতি।

(গ) চামেলি মেমচাব।

(ঘ) ৰুণুমী।

উত্তৰঃ (গ) চামেলি মেমচাব।

৮। ‘ৰঙা পুলিচ’ চলচ্চিত্ৰখনত কোনগৰাকী প্ৰসিদ্ধ সাহিত্যিকে অভিনয় কৰিছিল?

(ক) নৱকান্ত বৰুৱা।

(খ) ছৈয়দ আব্দুল মালিক।

(গ) হোমেন বৰগোহাঞি।

(ঘ) মহিম বৰা।

উত্তৰঃ (খ) ছৈয়দ আব্দুল মালিক।

৯। শ্রেষ্ঠ চিত্রনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ড° ভবেন্দ্রনাথ শ‍ইকীয়াৰ চলচ্চিত্ৰখনৰ নাম কি?

(ক) অগ্নিস্নান।

(খ) সন্ধ্যাৰাগ।

(গ) কোলাহল।

(ঘ) আৱৰ্তন।

উত্তৰঃ (ক) অগ্নিস্নান।

১০। অস্কাৰলৈ ভাৰতৰপৰা প্ৰেৰণ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নামটো কি বাৰু?

(ক) মন যায়।

(খ) ভিলেজ ৰকষ্টাৰ্ছ।

(গ) কাঞ্চনজংঘা।

(ঘ) বুলবুল কেন ছিং।

উত্তৰঃ (খ) ভিলেজ ৰকষ্টাৰ্ছ।

Leave a Reply

error: Content is protected !!
Scroll to Top