Grade 3 & 4 Multiple Choice Question Answer in Assamese Set – 9 গ্রন্থ

Join Roy Library Telegram Groups

Welcome to Roy Library: Here in this post We Provide some of the important General Knowledge MCQ Question Answers. Gk for Assam Direct Recruitment Exams. Assam Direct Recruitment Grade 3 & 4 Exam Free Questions and Answers in Assamese. ADRE Grade 3 & 4 Multiple Choice Question Answer in Assamese Set – 9 গ্রন্থ, ADRE Grade 3 & 4 Multiple Choice Question Answer in Assamese Set – 9 গ্রন্থ, Assam Direct Recruitment Grade III & IV Objective Types Question Answer PDF Bank is Available Free in Assamese Medium.

Grade 3 & 4 Multiple Choice Question Answer in Assamese Set – 9 গ্রন্থ

These Questions are also important for all other Assam Competitive Exams like: TET, APSC, Assam Police etc. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read Assam Direct Recruitment Grade 3 & 4 MCQ in Assamese from the link given below.

১। ‘অসীমত যাৰ হেৰাল সীমা’— উপন্যাসখনৰ লেখক কাঞ্চন বৰুৱাৰ প্রকৃত নামটো কি বাৰু?

(ক) ভুৱন দাস।

(খ) ভুৱন মোহন বৰুৱা।

(গ) ভুৱনেশ্বৰ বৰুৱা।

(ঘ) ভুৱন শৰ্মা।

উত্তৰঃ (খ) ভুৱন মোহন বৰুৱা।

২। ‘বুঢ়ী আইৰ সাধু’— লক্ষ্মীনাথ বেজবৰুৱাৰ এই সাধু পুথিখন কোনে প্ৰথম ইংৰাজীলৈ অনুবাদ কৰিছিল?

(ক) জ্ঞানদাভিৰাম বৰুৱা।

(খ) আনন্দৰাম বৰুৱা।

(গ) অমৰজ্যোতি চৌধুৰী।

(ঘ) প্ৰফুল্ল বৰুৱা।

উত্তৰঃ (ক) জ্ঞানদাভিৰাম বৰুৱা।

৩। ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ‘মৰমৰ দেউতা’ শিশু উপন্যাসখন প্রথমতে কোনখন আলোচনীত প্ৰকাশ পাইছিল?

(ক) প্রকাশ।

(খ) মুকুতা।

(গ) সঁফুৰা।

(ঘ) প্রান্তিক।

উত্তৰঃ (গ) সঁফুৰা।

৪। ১৯৯৩ চনত অসম সাহিত্য সভাৰ বিষ্ণুপ্ৰসাদ ৰাভা বঁটা পোৱা উপন্যাসখনৰ নাম কি বাৰু?

(ক) মহাৰথী।

(খ) অনুৰাধাৰ দেশ।

(গ) মহা অৰণ্য।

(ঘ) মাকাম।

উত্তৰঃ (খ) অনুৰাধাৰ দেশ।

৫। মহাবীৰ কৰ্ণক লৈ ৰচিত ‘মহাৰথী’ উপন্যাসখনৰ ৰচক কোন?

(ক) হোমেন বৰগোহাঞি।

(খ) ভবেন্দ্রনাথ শইকীয়া।

(গ) চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া।

(ঘ) ভবেন বৰুৱা।

উত্তৰঃ (গ) চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া।

৬। স্বাধীনতা সংগ্রামী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱনৰ আধাৰত নিৰুপমা বৰগোহাঞিয়ে লিখা উপন্যাসখনৰ নাম কি?

(ক) চম্পাৱতী।

(খ) অনন্যা।

(গ) অভিযাত্রী।

(ঘ) অহিৰণ।

উত্তৰঃ (গ) অভিযাত্রী।

৭। ‘আত্মানুসন্ধান’— কোনগৰাকী প্ৰসিদ্ধ সাহিত্যিকৰ আত্মজীৱনী?

(ক) হোমেন বৰগোহাঞি।

(খ) নলিনীধৰ ভট্টাচার্য।

(গ) হেম বৰুৱা।

(ঘ) লক্ষ্মীনন্দন বৰা।

উত্তৰঃ (ক) হোমেন বৰগোহাঞি।

৮। ‘পদুম কুঁৱৰী’— কোনগৰাকী বিশিষ্ট অসমীয়াৰ একমাত্র উপন্যাস?

(ক) ছৈয়দ আব্দুল মালিক।

(খ) মেদিনী চৌধুৰী।

(গ) লক্ষ্মীনাথ বেজবৰুৱা।

(ঘ) পদ্মনাথ গোহাঞিবৰুৱা।

উত্তৰঃ (গ) লক্ষ্মীনাথ বেজবৰুৱা।

৯৷ ‘যাকেৰি নাহিকে উপাম’— লক্ষ্মীনন্দন বৰাৰ এইখন উপন্যাস কাৰ জীৱন আধাৰিত

(ক) মাধৱদেৱ।

(খ) শংকৰদেৱ।

(গ) হৰিদেৱ।

(ঘ) দামোদৰদেৱ।

উত্তৰঃ (খ) শংকৰদেৱ।

১০। দ্বিতীয় বিশ্বযুদ্ধৰ পটভূমিত ৰচিত ‘ডাৱৰ আৰু নাই’ কাৰ বিখ্যাত উপন্যাস?

(ক) অৰূপা পটংগীয়া কলিতা।

(খ) যোগেশ দাস।

(গ) মহেন্দ্ৰ বৰা।

(ঘ) ধ্ৰুৱজ্যোতি বৰা।

উত্তৰঃ (খ) যোগেশ দাস।

Leave a Reply

error: Content is protected !!
Scroll to Top