বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ অসমীয়া ভাষাত বেঙ্ক একাউণ্ট স্থনান্তৰনৰ বাবে আবেদন | Application for Transfer of Bank Account in Assamese লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ।
বেঙ্ক একাউণ্ট স্থনান্তৰনৰ বাবে আবেদন | Application for Transfer of Bank Account in Assamese
বেঙ্ক একাউণ্ট স্থনান্তৰনৰ বাবে আবেদন
প্রতি,
মাননীয় প্ৰবন্ধক মহোদয়/মহোদয়া চিলাপথাৰ ষ্টেট বেঙ্ক অপ ইণ্ডিয়া।
শাখাঃ কোলাজান।
তাৰিখঃ ১৬/১১/২০২২
বিষয়ঃ বেঙ্ক একাউণ্ট স্থনান্তৰনৰ বাবে আবেদন।
সন্মানীয় মহোদয়/মহোদয়া,
মই অংকিত ৰায় আপোনাৰ শাখাত মোৰ এটা সঞ্চয় একাউণ্ট আছে, মই অলপতে মোৰ চাকৰিৰ বাবে গুৱাহাটীলৈ স্থানান্তৰিত হৈছোঁ।
গতিকে মই আপোনাক মোৰ একাউণ্ট গুৱাহাটীৰ বেঙ্ক শাখালৈ স্থানান্তৰণ কৰিবলৈ অনুৰোধ জনালোঁ যিয়ে মোক বেঙ্কৰ সকলো সেৱাপ্ৰাপ্ত কৰিবলৈ সহজ কৰি তুলিব ধন্যবাদ।
মোৰ একাউণ্টৰ বিৱৰণ–
নামঃ অংকিত ৰায়
একাউণ্ট নংঃ ৩৮৭২৯৮৭০৫৪
ফোন নংঃ ৯৯৫৪৫৪০৫৫৬
পুৰণি ঠিকনাঃ দক্ষিণ চোঁছাইটি
মোৰ একাউণ্ট স্থানান্তকৰণৰ ঠিকনা–
নতুন ঠিকনাঃ গুৱাহাটী পান বজাৰ।
Read More:
- ৰাস্তা নিৰ্মাণৰ বাবে আবেদন | Application for Road Construction in Assamese
- চাকৰিৰ পৰা চুটি বিচাৰি আবেদন | Application for Leave of Absence From the Job in Assamese
- SEBA Class 10 Bengali All Chapter Question Answer | দশম শ্ৰেণীর বাংলা সাহিত্য চয়নিকা পাঠ্যক্রমের প্রশ্নোত্তর
- SEBA Class 9 Social Science Question Answer in Bengali | নৱম শ্ৰেণীর সমাজ বিজ্ঞান পাঠ্যক্রমের প্রশ্নোত্তর
- Class 7 Science Question Answer In Bengali | সপ্তম শ্রেণীর বিজ্ঞান পাঠ্যক্রমের প্রশ্ন ও উত্তর
- Class 8 Science Question Answer In Bengali | অষ্টম শ্রেণীর বিজ্ঞান পাঠ্যক্রমের প্রশ্ন ও উত্তর
- SEBA Class 8 Ankuran All Chapter Question Answer in Bengali | অষ্টম শ্রেণীর অঙ্কুরণ পাঠ্যক্রমের প্রশ্নোত্তর
অনুগ্ৰহ কৰি মন কৰিবঃ আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব ধন্যবাদ।

YouTube Channel