বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ অসমীয়া ভাষাত নতুন বিদ্যুৎ সংযোগ কৰিবলৈ আবেদন | Apply for New Electricity Connection লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ।
নতুন বিদ্যুৎ সংযোগ কৰিবলৈ আবেদন | Apply for New Electricity Connection
নতুন বিদ্যুৎ সংযোগ কৰিবলৈ আবেদন
প্ৰতি,
মাননীয় অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ পৰিচালক সংমণ্ডল।
বিষয়ঃ বিদ্যুৎ সংযোগ কৰিবলৈ আবেদন।
মহোদয়,
সন্মান পূৰ্বক বিহীত নিবেদন এই যে আপোনাক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আমাৰ ২নং আৰ্ণে চাপৰিৰ অঞ্চলটোত বিদ্যুৎ সংযোগৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। ফলত ২নং আৰ্ণে চাপৰিৰ সাধাৰণ ৰাইজৰ লগতে ছাত্ৰ- ছাত্ৰীসকলৰ অত্যাধিক পঢ়া-শুনাৰ অসুবিধাৰ সন্মুখীন হৈছে।
গতিকে বিদ্যুৎ পৰিচালক মহোদয়ৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ যে আমাৰ ২নং আৰ্ণে চাপৰি অঞ্চলত অতি সোনকালে বিদ্যুৎতৰ সুব্যৱস্থা গ্ৰহণ কৰি দিয়ে যেন ধন্যবাদ।
অঞ্চলবাসীৰ চহী
১।………………………….
২।………………………….
৩।………………………….
৪।………………………….
৫।………………………….
৬।………………………….
৭।………………………….
৮।………………………….
Read More: লাচিত বৰফুকনৰ ওপৰত ৰচনা | Essay Writing on Lachit Barphukan in Assamese
Class 10 Science Solution in Bengali
| S.L. No. | সূচি-পত্র |
| অধ্যায় -১ | রাসায়নিক বিক্রিয়া এবং সমীকরণ |
| অধ্যায় -২ | এসিড ক্ষার ও লবণ |
| অধ্যায় -৩ | ধাতু এবং অধাতু |
| অধ্যায় -৪ | কার্বন এবং ইহার যৌগ |
| অধ্যায় -৫ | মৌলসমূহের পর্যায়গত শ্রেণিবিভাজন |
| অধ্যায় -৬ | জীবন প্রক্রিয়া |
| অধ্যায় -৭ | নিয়ন্ত্রণ ও সমন্বয় |
| অধ্যায় -৮ | জীবের প্রজনন কিভাবে হয় ? |
| অধ্যায় -৯ | বংশগতি এবং বিবর্তন |
| অধ্যায় -১০ | আলােক প্রতিফলন এবং প্রতিসরণ |
| অধ্যায় -১১ | মানুষের চোখ এবং বর্ণময় বিশ্ব |
| অধ্যায় -১২ | বিদ্যুৎ বিজ্ঞান |
| অধ্যায় -১৩ | বিদ্যুত-প্রবাহের চুম্বকীয় প্রভাব |
| অধ্যায় -১৪ | শক্তির উৎস |
| অধ্যায় -১৫ | আমাদের পরিবেশ |
| অধ্যায় -১৬ | প্রাকৃতিক সম্পদের পরিচালনা |
অনুগ্ৰহ কৰি মন কৰিবঃ Apply for New Electricity Connection | আমাৰ এই লিখনি[2] যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব। আপোনাৰ এটা বিনামূলীয়া Feedback এ আমাক কামৰ বাবে উৎসাহিত জগায় ধন্যবাদ।

YouTube Channel