বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ অসমীয়া ভাষাত প্ৰধান শিক্ষকলৈ দুদিন ছুটি বিচাৰি আবেদন | Application for two days leave to the head Master in Assamese লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ।
প্ৰধান শিক্ষকলৈ দুদিন ছুটি বিচাৰি আবেদন | Application for two days leave to the head Master in Assamese
প্ৰধান শিক্ষকলৈ দুদিন ছুটি বিচাৰি আবেদন
প্ৰতি,
মাননীয় চিতাৰাম টায়ে টাউন হাই স্কুলৰ প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু।
বিষয়ঃ দুদিন চুটি বিচাৰি আবেদন।
মহাশয়/মহাশয়া,
সন্মান পূৰ্বক বিনীত নিবেদন এই যে মই মোৰ পৰিয়াল বৰ্গৰ লগত অহা ইংৰাজী ১৩/১১/২০২২ তাৰিখে লখিমপুৰলৈ যাম বুলি থিৰাং কৰিছোঁ। কিয়নো তাত আমাৰ সম্পৰ্কীয় জেঠাই থাকে। তাত জেঠাইয়ে কৰ্কট ৰোগত আক্রান্ত হৈ যোৱা ১ (এক) বছৰ ধৰি ভুগি আছে। হঠাৎকৈ তাৰ পৰা কাইলৈ টেলিফোনৰ যোগেদি খবৰ আহিছে যে জেঠাইৰ স্বাস্থ্য অতি সংকটজনক হৈ আছে। সেই কাৰণে জেঠাইয়ক দুচকুলৈ এবাৰ চাবৰ কাৰণে আমাৰ পৰিয়াল বৰ্গ তালৈ যাম। যাৰ ফলত উক্ত দুদিনা মই বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম।
গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিনকেইটা চুটি মঞ্জুৰ কৰি বাধিত কৰে যেন। এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰথৰ্না।
ইতি
আপোনাৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী
নামঃ
শ্ৰেণীঃ
ৰোল নংঃ
Read More: লাচিত বৰফুকনৰ ওপৰত ৰচনা | Essay Writing on Lachit Barphukan in Assamese
Class 10 Science Question Answer in Bengali
| S.L. No. | সূচি-পত্র |
| অধ্যায় -১ | রাসায়নিক বিক্রিয়া এবং সমীকরণ |
| অধ্যায় -২ | এসিড ক্ষার ও লবণ |
| অধ্যায় -৩ | ধাতু এবং অধাতু |
| অধ্যায় -৪ | কার্বন এবং ইহার যৌগ |
| অধ্যায় -৫ | মৌলসমূহের পর্যায়গত শ্রেণিবিভাজন |
| অধ্যায় -৬ | জীবন প্রক্রিয়া |
| অধ্যায় -৭ | নিয়ন্ত্রণ ও সমন্বয় |
| অধ্যায় -৮ | জীবের প্রজনন কিভাবে হয় ? |
| অধ্যায় -৯ | বংশগতি এবং বিবর্তন |
| অধ্যায় -১০ | আলােক প্রতিফলন এবং প্রতিসরণ |
| অধ্যায় -১১ | মানুষের চোখ এবং বর্ণময় বিশ্ব |
| অধ্যায় -১২ | বিদ্যুৎ বিজ্ঞান |
| অধ্যায় -১৩ | বিদ্যুত-প্রবাহের চুম্বকীয় প্রভাব |
| অধ্যায় -১৪ | শক্তির উৎস |
| অধ্যায় -১৫ | আমাদের পরিবেশ |
| অধ্যায় -১৬ | প্রাকৃতিক সম্পদের পরিচালনা |
অনুগ্ৰহ কৰি মন কৰিবঃ Application for two days leave to the head Master in Assamese | আমাৰ এই লিখনি[2] যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব। আপোনাৰ এটা বিনামূলীয়া Feedback এ আমাক কামৰ বাবে উৎসাহিত জগায় ধন্যবাদ।

YouTube Channel