Hello Viewers Today’s We are going to Share With You Assamese GK Question and Answer – 2024 [Part – 1] | অসমীয়া সাধাৰণ জ্ঞান MCQ Here you can Find some important Assamese General Knowledge Book Question and Answer for all upcoming competitive exam. অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ I hope that it’s help you to increase your knowledge. Assamese General knowledge Book MCQ for Competitive Exam.
Assamese GK Question and Answer – 2024 [Part – 1] | অসমীয়া সাধাৰণ জ্ঞান MCQ
Assamese General Knowledge Book MCQ With Answers PDF This is important Questions for your all Assamese GK MCQ Important Question With Answers PDF Competitive exam preparation. Assamese MCQ for Competitive Exams with Answers PDF If you liked Assamese GK Questions And Answers PDF Then Please Do Share this Post With your Friends as Well. All the best for your GK in Assamese Language all upcoming competitive Exam.
অসমীয়া সাধাৰণ জ্ঞান MCQ [Part – 2]
প্ৰশ্ন ১। অসমৰ প্ৰথম বৃটিছ আয়ুক্ত কোন আছিল?
(ক) ফ্ৰান্সিছ জেনকিন্স।
(খ) ডেভিদ স্কট।
(গ) হেনৰী হপকিনছন।
(ঘ) থমাছ কেম্পবেল ৰবাৰ্টছন।
উত্তৰঃ (খ) অসমৰ প্ৰথম বৃটিছ আয়ুক্ত ডেভিদ স্কট আছিল।
প্ৰশ্ন ২। অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল কোন আছিল?
(ক) শ্ৰী প্ৰকাশ।
(খ) জয়ৰামদাস দৌলাত্ৰাম।
(গ) ফজল আলী।
(ঘ) মহম্মদ ছালেহ আকবৰ হাইদাৰী।
উত্তৰঃ (ঘ) অসমৰ প্ৰথম ভাৰতীয় ৰাজ্যপাল মহম্মদ ছালেহ আকবৰ হাইদাৰী আছিল।
প্ৰশ্ন ৩। চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) বীৰপাল।
(খ) ৰত্নধ্বজপাল।
(গ) ময়ুৰধ্বজপাল।
(ঘ) সত্যনাৰায়ণ।
উত্তৰঃ (ক) চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক বীৰপাল আছিল।
প্ৰশ্ন ৪। ২০১৭ চনৰ ভূপেন হাজৰিকা বঁটা কোনে লাভ কৰিছিল?
(ক) হীৰেন গোহাঁই।
(খ) হোমেন বৰগোহাঁই।
(গ) লু মাজাউ।
(ঘ) য়েছে দৰ্জী থংছি।
উত্তৰঃ (ঘ) ২০১৭ চনৰ ভূপেন হাজৰিকা বঁটা য়েছে দৰ্জী থংছিয়ে লাভ কৰিছিল।
প্ৰশ্ন ৫। চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী কোনখন আছিল?
(ক) সদিয়া।
(খ) বিশ্বনাথ।
(গ) ৰত্নপুৰ।
(ঘ) স্বৰ্ণগিৰি।
উত্তৰঃ (ঘ) চুতীয়া ৰাজ্যৰ প্ৰথম ৰাজধানী স্বৰ্ণগিৰি আছিল।
প্রশ্ন ৬। কিমান চনত বৃটিছে কছাৰী ৰাজ্যক নিজৰ অধীনলৈ আনে?
(ক) ১৮২৬ চনত।
(খ) ১৮২৮ চনত।
(গ) ১৮৩২ চনত।
(ঘ) ১৮৩৪ চনত।
উত্তৰঃ (গ) ১৮৩২ চনত বৃটিছে কছাৰী ৰাজ্যক নিজৰ অধীনলৈ আনে।
প্রশ্ন ৭। কিমান চনত অসম সন্থা গঠন হৈছিল?
(ক) ১৮৯৮ চনত।
(খ) ১৯০২ চনত।
(গ) ১৯০৩ চনত।
(ঘ) ১৯০৫ চনত।
উত্তৰঃ (গ) ১৯০৩ চনত অসম সন্থা গঠন হৈছিল।
প্রশ্ন ৮। অসম সন্থাৰ প্ৰথম সভাপতি কোন আছিল?
(ক) অম্বিকাগিৰি ৰায়চৌধুৰী।
(খ) জগন্নাথ বৰুৱা।
(গ) মাণিক চন্দ্ৰ বৰুৱা।
(ঘ) ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা।
উত্তৰঃ (ঘ) অসম সন্থাৰ প্ৰথম সভাপতি ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা আছিল।
প্রশ্ন ৯। কিমান চনত অসমৰ প্ৰথম ৰেলপথ প্ৰতিষ্ঠা কৰা হয়?
(ক) ১৮৭৯ চনত।
(খ) ১৮৮০ চনত।
(গ) ১৮৮১ চনত।
(ঘ) ১৮৮২ চনত।
উত্তৰঃ (গ) ১৮৮১ চনত অসমৰ প্ৰথম ৰেলপথ প্ৰতিষ্ঠা কৰা হয়।
প্ৰশ্ন ১০। কিমান চনত অসম অইল কোম্পানী লিমিটেডে ডিগবৈ শোধনাগাৰত স্থাপন কৰা কৰিছিল?
(ক) ১৮৯৫ চনত।
(খ) ১৮৯৯ চনত।
(গ) ১৯০১ চনত।
(ঘ) ১৯০৩ চনত।
উত্তৰঃ (গ) ১৯০১ চনত অসম অইল কোম্পানী লিমিটেডে ডিগবৈ শোধনাগাৰত স্থাপন কৰা কৰিছিল।
প্রশ্ন ১১। পৰিৱেশবিদ ৰবিন বেনাৰ্জীৰ সংগ্ৰহালয় (আংকল ৰবিন সংগ্ৰহালয়) কোনখন জিলাত অৱস্থিত?
(ক) যোৰহাট।
(খ) গোলাঘাট।
(গ) ডিব্ৰুগড়।
(ঘ) ধেমাজি।
উত্তৰঃ (খ) পৰিৱেশবিদ ৰবিন বেনাৰ্জীৰ সংগ্ৰহালয় (আংকল ৰবিন সংগ্ৰহালয়) গোলাঘাট জিলাত অৱস্থিত।
প্ৰশ্ন ১২। কিমান চনত আনোৱাৰা টাইমুৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হৈছিল?
(ক) ১৯৭৯ চনত।
(খ) ১৯৮০ চনত।
(গ) ১৯৮১ চনত।
(ঘ) ১৯৮২ চনত।
উত্তৰঃ (খ) ১৯৮০ চনত আনোৱাৰা টাইমুৰ অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হৈছিল।
প্ৰশ্ন ১৩। অসমৰ ৰাজ্যিক চৰাই কোনটো?
(ক) লায়চন হাঁহ।
(খ) ৰুফ’ছ ডিঙিৰ হৰ্ণবিল।
(গ) গোলাপী মূৰৰ হাঁহ।
(ঘ) বগা পাখি থকা কাঠৰ হাঁহ।
উত্তৰঃ (ঘ) বগা পাখি থকা কাঠৰ হাঁহ অসমৰ ৰাজ্যিক চৰাই।
প্রশ্ন ১৪। “দিকচৌ বানাট পলাক্স” চিনেমাখনে কোনটো শিতানত ২০১৭ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা হিচাপে লাভ কৰে?
(ক) পৰিৱেশ/সংৰক্ষণ।
(খ) শিশুৰ চলচ্চিত্ৰ।
(গ) ৰাষ্ট্ৰীয় সংহতি।
(ঘ) অন্যান্য সামাজিক বিষয়।
উত্তৰঃ (গ) ৰাষ্ট্ৰীয় সংহতিত দিকচৌ বানাট পলাক্স” চিনেমাখনে কোনটো শিতানত ২০১৭ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ হিচাপে কৰে।
প্রশ্ন ১৫। ধলা-সদিয়া দলঙৰ মুঠ দৈৰ্ঘ্য কিমান কি. মি.?
(ক) ৭.৪৫ কি.মি।
(খ) ৮.২৫ কি.মি।
(গ) ৯.১৫ কি.মি।
(ঘ) ১০.১০ কি.মি।
উত্তৰঃ (গ) ধলা-সদিয়া দলঙৰ মুঠ ৯.১৫ দৈৰ্ঘ্য কি.মি।
প্ৰশ্ন ১৬। কোনখন চহৰক “অসমৰ সাংস্কৃতিক ৰাজধানী” বুলিও জনা যায়?
(ক) যোৰহাট।
(খ) গুৱাহাটী।
(গ) শিৱসাগৰ।
(ঘ) নগাঁও।
উত্তৰঃ (ক) যোৰহাট চহৰক “অসমৰ সাংস্কৃতিক ৰাজধানী” বুলিও জনা যায়।
প্ৰশ্ন ১৭। অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয়খন হ’ল?
(ক) বিশ্বনাথ কৃষি মহাবিদ্যালয়, বিশ্বনাথ চাৰিআলি।
(খ) ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়।
(গ) বৰপেটাৰ বজালী মহাবিদ্যালয়।
(ঘ) জে বি কলেজ, যোৰহাট।
উত্তৰঃ (ঘ) জে বি কলেজ, যোৰহাট অসমৰ প্ৰথমখন বেচৰকাৰী মহাবিদ্যালয়।
প্ৰশ্ন ১৮। কিমান চনত অসমত মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হয়?
(ক) ছেপ্টেম্বৰ, ২০১৬ চনত।
(খ) নৱেম্বৰ, ২০১৬ চনত।
(গ) জানুৱাৰী, ২০১৭ চনত।
(ঘ) মাৰ্চ, ২০১৭ চনত।
উত্তৰঃ (ক) ছেপ্টেম্বৰ, ২০১৬ চনত অসমত মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হয়।
প্ৰশ্ন ১৯। কোনখন বনাঞ্চল এককভাৱে ৰোপণ কৰিছে জাদৱ পায়েঙে?
(ক) বৰনদী অৰণ্য।
(খ) মোলাই অৰণ্য।
(গ) বৰাইল বনাঞ্চল।
(ঘ) দিহিং অৰণ্য।
উত্তৰঃ (খ) মোলাই অৰণ্য এককভাৱে ৰোপণ কৰিছে জাদৱ পায়েঙে।
প্ৰশ্ন ২০। কিমান চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে “সংৰক্ষিত বনাঞ্চল” হিচাপে চিহ্নিত কৰা হৈছিল?
(ক) ১৯০২ চনত।
(খ) ১৯০৬ চনত।
(গ) ১৯০৮ চনত।
(ঘ) ১৯১২ চনত।
উত্তৰঃ (গ) ১৯০৮ চনত কাজিৰঙাক প্ৰথমবাৰৰ বাবে “সংৰক্ষিত বনাঞ্চল” হিচাপে চিহ্নিত কৰা হৈছিল।
We Hope the given Assamese General Knowledge Book Question and Answer will help you. If you Have any Regarding, General knowledge MCQ for Competitive Exams, drop a comment below and We will get back to you at the earliest.
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.