Assamese GK Question and Answer – 2024 [Part – 3] | অসমীয়া সাধাৰণ জ্ঞান MCQ

Join Roy Library Telegram Groups

Hello Viewers Today’s We are going to Share With You Assamese GK Question and Answer – 2024 [Part – 3] | অসমীয়া সাধাৰণ জ্ঞান MCQ Here you can Find some important Assamese General Knowledge Book Question and Answer for all upcoming Assamese GK MCQ Important Question With Answers PDF Competitive exam. অসমীয়া সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ I hope that it’s help you to increase your knowledge. Assamese General knowledge Book MCQ for Competitive Exam.

Assamese GK Question and Answer – 2024 [Part – 3] | অসমীয়া সাধাৰণ জ্ঞান MCQ

Assamese General Knowledge Book MCQ This is important Questions for your all Assamese GK MCQ Important Question With Answers PDF Competitive exam preparation. Assamese MCQ for Competitive Exams with Answers PDF If you liked Assamese GK Questions And Answers PDF Then Please Do Share this Post With your Friends as Well. All the best for your GK in Assamese Language all upcoming competitive Exam.

অসমীয়া সাধাৰণ জ্ঞান MCQ [Part – 3]

1. অসমৰ আটাইতকৈ কম বয়সীয়া মুখ্যমন্ত্ৰী জনৰ নাম কি?

(ক) হিতেশ্বৰ শইকীয়া।

(খ) প্ৰফুল্ল কুমাৰ মহন্ত।

(গ) সৰ্বানন্দ সোণোৱাল।

(ঘ) আনোৱাৰা টাইমূৰ।

উত্তৰঃ (খ) প্ৰফুল্ল কুমাৰ মহন্ত।

2. তলৰ কোনখন দেশ “দক্ষিণ এছিয়াৰ আঞ্চলিক সহযোগিতা সংস্থা”(SAARC) ৰ সদস্য নহয়?

(ক) ভাৰত।

(খ) বাংলাদেশ।

(গ) চীন।

(ঘ) নেপাল।

উত্তৰঃ (গ) চীন।

3. অসমৰ প্রথম ভ্রাম্যমাণ থিয়েটাৰ কোনখন?

(ক) আৱাহন।

(খ) কহিনুৰ।

(গ) নটৰাজ।

(ঘ) হেঙুল।

উত্তৰঃ (গ) নটৰাজ।

4. কাৰ্বি জনজাতি মহিলা সকলৰ নিজা সাজ-পোছাকৰ নাম হʼল-

(ক) ৰিফান কান্দুং।

(ক) মেখেলা চাদৰ।

(গ) পিনিকামফ্লাক জাৰেক।

(ঘ) এগে:গাছৰ।

উত্তৰঃ (গ) পিনিকামফ্লাক জাৰেক।

5. পলি’অ ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল?

(ক) Earnest Rutherford.

(খ) Jonas E. Salk.

(গ) Richard Tailor.

(ঘ) Karl Janski.

উত্তৰঃ (খ) Jonas E. Salk.

6. ৰিজাৰ্ভ বেংকৰ প্রথম অসমৰ সঞ্চালক কোন আছিল? 

(ক) ডঃ কমলা বৰুৱা।

(খ) গণেশ ফুকন।

(গ) দীপাংকৰ ভট্টাচার্য।

(ঘ) যতীন্দ্র লহকৰ।

উত্তৰঃ (খ) গণেশ ফুকন।

7. ৰাছিয়াই কোনখন দেশক অতিক্ৰম কৰি ভাৰতৰ দ্বিতীয় বৃহত্তম তেল যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে?

(ক) কাটাৰ।

(খ) ইৰাণ।

(গ) চৌদি আৰব।

(ঘ) ইউক্ৰেইন।

উত্তৰঃ (গ) চৌদি আৰব।

8. ভাৰতৰ বাহিৰত প্ৰথমে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ হৈছিল?

(ক) চীন।

(খ) কম্বোডিয়া।

(গ) থাইলেণ্ড।

(ঘ) চিলন।

উত্তৰঃ (ঘ) চিলন।

9. “Wide angle” Books ৰ লেখক কোন?

(ক) অনিল কুম্বলে।

(খ) সুনীল গাভাস্কৰ।

(গ) কপিল দেৱ।

(ঘ) শ্বেন ৱাৰ্ণ।

উত্তৰঃ (ক) অনিল কুম্বলে।

10. পৰ্টুগীজৰ ৰাজকন্যা কেথৰিনক বিয়া কৰোৱাৰ সূত্ৰে ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে তলৰ কোনখন চহৰ যৌতুক হিচাপে পাইছিল – 

(ক) মুম্বাই।

(খ) দিল্লী।

(গ) গোৱা।

(ঘ) কলকাতা।

উত্তৰঃ (ক) মুম্বাই।

11. চুতীয়া ৰাজ্যৰ কোনজন ৰজাই আত্মহত্যা কৰিছিল–

(ক) বীৰপাল।

(খ) ৰতনপাল।

(গ) বিঞ্চুপাল।

(ঘ) নীতিপাল।

উত্তৰঃ (ঘ) নীতিপাল।

12. হৰ্ষ চৰিত কোনে লিখিছিল?

(ক) কালি দাস। 

(খ) বিষ্ণু গুপ্ত।

(গ) বান ভট্ট।

(ঘ) পৰিমল গুপ্ত।

উত্তৰঃ (গ) বান ভট্ট।

13. বিশ্বনাথ নগৰ কোনে প্রতিষ্ঠা কৰিছিল?

(ক) আৰিমত্তৰ মন্ত্রী সমুদ্রই।

(খ) আৰিমত্ত ৰজাই।

(গ) নৰনাৰায়ণ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) আৰিমত্তৰ মন্ত্রী সমুদ্রই।

14. প্ৰথম ভাৰত-ইউৰোপীয় নিৰাপত্তা আৰু প্ৰতিৰক্ষা পৰামৰ্শ কোনখন ৰাজ্যত অনুষ্ঠিত হৈছিল?

(ক) ব্ৰাছেলছ, বেলজিয়াম।

(খ) এথেন্স, গ্ৰীচ।

(গ) কুৱালালামপুৰ, মালয়েছিয়া।

(ঘ) জুৰিখ, চুইজাৰলেণ্ড।

উত্তৰঃ (ক) ব্ৰাছেলছ, বেলজিয়াম।

15. ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়ত ব্যৱহাৰ হ’বলগীয়া ‘ৱে ফাইণ্ডিং এপ্লিকেচন’ৰ প্ৰস্তাৱ কোনখন দেশে অনুমোদন কৰিছে?

(ক) ইউ এ ই।

(খ) ভাৰত।

(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

(ঘ) ৰাছিয়া।

উত্তৰঃ (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ।

16. ভাৰতত কিমান চনত জৈৱ – বৈচিত্ৰ্য আইনখন গৃহীত কৰা হৈছিল ?

(ক) ২০০১ চনত।

(খ) ২০০২ চনত।

(গ) ২০০৩ চনত।

(ঘ) ২০০৪ চনত।

উত্তৰঃ (খ) ২০০২ চনত।

17. কোন মন্ত্ৰালয় / প্ৰতিষ্ঠানৰ এখন চহৰৰ নাম সলনি কৰাৰ ক্ষমতা থাকে –

(ক) সংস্কৃতি মন্ত্ৰালয়।

(খ) গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়।

(গ) গৃহ পৰিক্ৰমা মন্ত্ৰালয়।

(ঘ) সংসদ।

উত্তৰঃ (ঘ) সংসদ।

18. গেৰুবা উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে?

(ক) ৰাভা।

(খ) বড়ো।

(গ) হাজং।

(ঘ) ডিমাছা।

উত্তৰঃ (ঘ) ডিমাছা।

19. “পিতা পুত্র” নামৰ গ্ৰন্থখনৰ লেখক কোন? 

(ক) লীনা শৰ্মা।

(খ) ডঃহীৰেন গোহাঁই।

(গ) হোমেন বৰগোহাঞি।

(ঘ) সত্যনাথ বৰা।

উত্তৰঃ (গ) হোমেন বৰগোহাঞি।

20. অসমৰ ইতিহাসক কেইটা যুগত ভাগ কৰিব পাৰি?

(ক) 3

(খ) 4

(গ) 2

(ঘ) 5

উত্তৰঃ (খ) 4

We Hope the given Assamese General Knowledge Book Question and Answer will help you. If you Have any Regarding, General knowledge MCQ for Competitive Exams, drop a comment below and We will get back to you at the earliest.

Leave a Reply

error: Content is protected !!
Scroll to Top