Grade 3 and 4 Multiple Choice Question Answer in Assamese Set – 10 সানমিহলি – ৪

Join Roy Library Telegram Groups

Welcome to Roy Library: Here in this post We Provide some of the important General Knowledge MCQ Question Answers. Gk for Assam Direct Recruitment Exams. Assam Direct Recruitment Grade 3 & 4 Exam Free Questions and Answers in Assamese. ADRE Grade 3 and 4 Multiple Choice Question Answer in Assamese Set – 10 সানমিহলি – ৪, ADRE Grade 3 and 4 Multiple Choice Question Answer in Assamese Set – 10 সানমিহলি – ৪, Assam Direct Recruitment Grade III & IV Objective Types Question Answer PDF Bank is Available Free in Assamese Medium.

Grade 3 & 4 Multiple Choice Question Answer in Assamese Set – 10 সানমিহলি – ৪

These Questions are also important for all other Assam Competitive Exams like: TET, APSC, Assam Police etc. Assam GK MCQ PDF is very helpful for all the students who are preparing for any state level competitive exam in Assam. You can read Assam Direct Recruitment Grade 3 & 4 MCQ in Assamese from the link given below.

১। ইটাখুলিৰ ৰণ কেতিয়া হৈছিল?

(ক) ১৬৮২

(খ) ১৬৬৪

(গ) ১৬৬২

(ঘ) ১৬৬১

উত্তৰঃ (ক) ১৬৮২

২। ‘ইন্দ্ৰমালতী’ চলচ্চিত্ৰখনত কোনগৰাকী প্ৰসিদ্ধ অসমীয়াই ‘বিশ্ববিজয়ীন জোৱান’ গীতটোত কণ্ঠদান আৰু অভিনয় কৰিছিল?

(ক) জ্যোতিপ্ৰসাদ আগৰৱালা।

(খ) বিষ্ণুপ্ৰসাদ ৰাভা।

(গ) ভূপেন হাজৰিকা।

(ঘ) হেমাংগ বিশ্বাস।

উত্তৰঃ (গ) ভূপেন হাজৰিকা।

৩। সাহিত্য অকাডেমি বঁটা বিজয়ী কোনগৰাকী সাহিত্যিকৰ একমাত্ৰ উপন্যাসখন হৈছে ‘জলপদ্ম’?

(ক) বেণুধৰ শৰ্মা।

(খ) নিৰ্মল প্ৰভা বৰদলৈ।

(গ) তীর্থনাথ শৰ্মা।

(ঘ) নলিনীবালা দেৱী।

উত্তৰঃ (খ) নিৰ্মল প্ৰভা বৰদলৈ।

৪। দুখনকৈ অলিম্পিকত ভাগ লোৱা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিল?

(ক) দীপংকৰ ভট্টাচার্য।

(খ) শিৱ থাপা।

(গ) টি আও।

(ঘ) জয়ন্ত তালুকদাৰ।

উত্তৰঃ (ক) দীপংকৰ ভট্টাচার্য।

৫। ইয়াণ্ডাবু সন্ধি ইংৰাজ আৰু মানসকলৰ মাজত কেতিয়া স্বাক্ষৰিত হৈছিল?

(ক) ১৮২৬ চনৰ ২৪ জানুৱাৰী।

(খ) ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী।

(গ) ১৮২৬ চনৰ ২৪ মার্চ।

(ঘ) ১৮২৬ চনৰ ২৪ এপ্রিল।

৬। ক্ষুদ্রতম নদীদ্বীপ উমানন্দ ক’ত অৱস্থিত?

(ক) উমাচল।

(খ) নীলাচল।

(গ) ভস্মাচল।

(ঘ) ৰূপাচল।

উত্তৰঃ (গ) ভস্মাচল।

৭। অসমৰ প্ৰথমখন মহাবিদ্যালয়ৰ নাম কি বাৰু?

(ক) সন্দিকৈ কলেজ।

(খ) নলবাৰী কলেজ।

(গ) কটন কলেজ।

(ঘ) শিৱসাগৰ কলেজ।

উত্তৰঃ (গ) কটন কলেজ।

৮। প্রথম অসমীয়া শিশু আলোচনী ‘ল’ৰাবন্ধু’ৰ প্রথম সম্পাদক কোন আছিল?

(ক) গুণাভিৰাম বৰুৱা।

(খ) কৰুণাভিৰাম বৰুৱা।

(গ) হেমচন্দ্ৰ বৰুৱা।

(ঘ) উমাকান্ত শর্মা।

উত্তৰঃ (খ) কৰুণাভিৰাম বৰুৱা।

৯। প্রথম অসমীয়া মহিলা আলোচনীখনৰ নাম কি বাৰু?

(ক) আমাৰ ঘৰ।

(খ) ঘৰ জেউতি।

(গ) জেউতি।

(ঘ) নন্দিনী।

উত্তৰঃ (খ) ঘৰ জেউতি।

১০। এছিয়ান গেমছত স্বর্ণপদক জয় কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল?

(ক) ভোগেশ্বৰ বৰুৱা।

(খ) নন্দিনী বৰুৱা।

(গ) হিমা দাস।

(ঘ) জয়দীপ দাস।

উত্তৰঃ (ক) ভোগেশ্বৰ বৰুৱা।

Leave a Reply

error: Content is protected !!
Scroll to Top