বন্ধু-বান্ধৱীসকল আজি আমি আলোচনা কৰিম কেনেকৈ অসমীয়া ভাষাত বেংক একাউণ্টত নাম সংশোধনৰ বাবে আবেদন | Application for Correction of Name in Bank Account in Assamese লিখিব লাগে। আশা কৰোঁ এই আর্টিকেলটো পঢ়ি আপোনালোকে উপকৃত হ’ব। গতিকে বেছি সময় নষ্ট নকৰাকৈ আহক আৰম্ভ কৰোঁ।
বেংক একাউণ্টত নাম সংশোধনৰ বাবে আবেদন | Application for Correction of Name in Bank Account in Assamese
বেংক একাউণ্টত নাম সংশোধনৰ বাবে আবেদন
প্ৰতি,
মাননীয় শাখা প্ৰৱন্ধক
বেংকঃ আই.ডি.বি.আই (IDBI) ব্যাঙ্ক।
শাখাঃ চিলাপথাৰ।
বিষয়ঃ বেংক একাউণ্টত নাম সংশোধনৰ বাবে আবেদন।
মহাশয়,
সন্মান পূৰ্বক বিনীত নিবেদন এই যে, মই আপোনাৰ বেংকৰ এজন গ্ৰাহক। মোৰ একাউণ্ট নং (1511104000058xxx)। বেংকৰ বহীত মোৰ নামটো ভূল হৈ আছে। আচলতে মোৰ নাম অংকিত ৰায় (Ankit Ray) হ’ব লাগিছিল।
গতিকে মহোদয়ক অনুৰোধ যে, বেংকৰ বহীত মোৰ নামটো সংশোধন কৰি মোক মহৎ উপকাৰ সাধন কৰে যেন। ধন্যবাদ।
ইতি,
আপোনাৰ বিশ্বাসী
নামঃ অংকিত ৰায়
ঠিকনাঃ দক্ষিণ চোঁছাইটি
বেংক একাউণ্টত নাম সংশোধনৰ বাবে আবেদন | Application for Correction of Name in Bank Account in Assamese
Read Also:
- গোটৰ পৰা অব্যাহতি লোৱাৰ বাবে আবেদন | Application for Resignation from The Group in Assamese
- বিদায় সভাৰ ভাষণ | Farewell Speech in Assamese
- প্ৰধান শিক্ষকলৈ ছুটি বিচাৰি আবেদন | Application for leave to the Headmaster in Assamese
- বেঙ্ক একাউণ্ট স্থনান্তৰনৰ বাবে আবেদন | Application for Transfer of Bank Account in Assamese
- ৰাস্তা নিৰ্মাণৰ বাবে আবেদন | Application for Road Construction in Assamese
- চাকৰিৰ পৰা চুটি বিচাৰি আবেদন | Application for Leave of Absence From the Job in Assamese
- লাচিত বৰফুকনৰ ওপৰত ৰচনা | Essay Writing on Lachit Barphukan in Assamese
- ৭৭ তম স্বাধীনতা দিৱসৰ ৰচনা | 77th Independence Day Essay in Assamese
- Mahatma Gandhi Biography in English
Read Also:
S.L. No. | সূচীপত্র |
অধ্যায় -১ | প্রার্থনা |
অধ্যায় -২ | বিজয়া দশমী |
অধ্যায় -৩ | গ্রাম্যছবি |
অধ্যায় -৪ | প্রতিনিধি |
অধ্যায় -৫ | আবার আসিব ফিরে |
অধ্যায় -৬ | সাগর-সঙ্গমে নবকুমার |
অধ্যায় -৭ | বাংলার নবযুগ |
অধ্যায় -৮ | বলাই |
অধ্যায় -৯ | আদরণী |
অধ্যায় -১০ | তোতাকাহিনি |
অধ্যায় -১১ | অরুণিমা সিনহা : আত্মবিশ্বাস ও সাহসের এক নাম |
অধ্যায় -১২ | কম্পিউটার কথা, ইন্টারনেট কথকতা |
অধ্যায় -১৩ | জীবন সংগীত |
অধ্যায় -১৪ | কাণ্ডারী হুঁশিয়ার |
অধ্যায় -১৫ | পিতা ও পুত্ৰ |
অধ্যায় –১৬ | অরণ্য প্রেমিক : লবটুলিয়ার কাহিনি |
অধ্যায় -১৭ | শ্ৰীকান্ত ও ইন্দ্ৰনাথ |
অধ্যায় –১৮ | উজান গাঙ বাইয়া |
অধ্যায় -১৯ | ব্যাকরণ |
S.L. No | বৈচিত্রপূর্ণ আসাম |
অধ্যায় -১ | তিওয়াগণ |
অধ্যায় -২ | দেউরিগণ |
অধ্যায় –৩ | নেপালিভাষী গোর্খাগণ |
অধ্যায় –৪ | বোড়োগণ |
অধ্যায় –৫ | মটকগণ |
অধ্যায় –৬ | মরাণগণ |
অধ্যায় –৭ | মিসিংগণ |
অধ্যায় –৮ | মণিপুরিগণ |
অধ্যায় –৯ | রাভাগণ |
অধ্যায় –১০ | চুটিয়াগণ |
অনুগ্ৰহ কৰি মন কৰিবঃ বেংক Application for Correction of Name in Bank Account in Assamese আমাৰ এই লিখনি যদি আপোনাৰ সহায়ৰ কাৰণে গ্রহণযোগ্য হৈছে তেনেহলে, আপুনি আমাক তলত Comment কৰি Feedback দিবলৈ নাপাহৰিব। আপোনাৰ এটা বিনামূলীয়া Feedback এ আমাক কামৰ বাবে উৎসাহিত জগায় ধন্যবাদ।
Hi! I’m Ankit Roy, a full time blogger, digital marketer and Founder of Roy Library. I shall provide you all kinds of study materials, including Notes, Suggestions, Biographies and everything you need.