অযোধ্যা ৰাম মন্দিৰ MCQ in Assamese | Ayodhya Ram Mandir MCQ in Assamese

Join Roy Library Telegram Groups

Ayodhya Ram Mandir GK Quiz in Assamese Language | Ayodhya Ram Mandir MCQ in Assamese | Ayodhya Ram Mandir Multiple Question Answer in Assamese | Ram Mandir History in Assamese | Ayodhya Ram Mandir Objective Type Question Answer in Assamese | Ayodhya Ram Mandir History in Assamese | Historical and Cultural importance of Shri Ram Janmabhoomi Temple in Ayodhya. Test Your Knowledge of Ram Lalla Ayodhya with MCQ Questions Given Below.

Ayodhya Ram Temple

Read Also: Biography of Pandit Jawaharlal Nehru | About Pandit Jawaharlal Nehru

Ayodhya Ram Mandir MCQ in Assamese | ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা MCQ in Assamese

MCQ
১। অযোধ্যা বিবাদৰ সিদ্ধান্তৰ পিছত মজিদৰ বাবে কিমান মাটি দিয়া হৈছিল?

(ক) ৮ একৰ।

(খ) ৭ একৰ।

(গ) ৬ একৰ।

(ঘ) ৫ একৰ।

উত্তৰঃ (ঘ) ৫ একৰ।

২। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন?

(ক) নীতিশ কুমাৰ।

(খ) যোগী আদিত্যনাথ।

(গ) শিৱৰাজ সিং চৌহান।

(ঘ) উদ্ধৱ থাকৰে।

উত্তৰঃ (খ) যোগী আদিত্যনাথ।

৩। ৰাম মন্দিৰ কমপ্লেক্সৰ চাৰিটা চুকত কি হব?

(ক) চাৰিটা বহাৰ স্থান।

(খ) চাৰিটা বৃত্ত।

(গ) চাৰিটা স্তম্ভ।

(ঘ) চাৰিটা মন্দিৰ।

উত্তৰঃ (ঘ) চাৰিটা মন্দিৰ।

৪। কেতিয়া ৰাম মন্দিৰৰ ভূমি পূজন হৈছিল?

(ক) ১৫ মে ২০২০

(খ) ৫ আগষ্ট ২০১৯

(গ) ৫ আগষ্ট ২০২০

(ঘ) ১১ জুলাই ২০১৮

উত্তৰঃ (গ) ৫ আগষ্ট ২০২০।

৫। ৰাম মন্দিৰৰ উচ্চতা কিমান?

(ক) ১৫১ ফুট।

(খ) ১৬১ ফুট।

(গ) ১১৪ ফুট।

(ঘ) ১২৩ ফুট।

উত্তৰঃ (খ) ১৬১ ফুট।

৬। ৰাম মন্দিৰত কিমান ত মন্দপ আছে?

(ক) ২ টা।

(খ) ৩ টা।

(গ) ৪ টা।

(ঘ) ৫ টা।

উত্তৰঃ (ঘ) ৫ টা।

৭। ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কেতিয়া হৈছিল?

(ক) ২০ জানুৱাৰী ২০২৪

(খ) ২১ জানুৱাৰী ২০২৪

(গ) ২২ জানুৱাৰী ২০২৪

(ঘ) ২৩ জানুৱাৰী ২০২৪

উত্তৰঃ (গ) ২২ জানুৱাৰী ২০২৪

৮। ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ মূল সময় কিমান?

(ক) ৩০ ছেকেণ্ড।

(খ) ৮৪ ছেকেণ্ড।

(গ) ৪৫ ছেকেণ্ড।

(ঘ) ২৫ ছেকেণ্ড।

উত্তৰঃ (খ) ৮৪ ছেকেণ্ড।

৯। অযোধ্যা কোন ৰাজ্যত আছে?

(ক) বৃন্দাবন।

(খ) মধ্য প্ৰদেশ।

(গ) উত্তৰাখণ্ড।

(ঘ) উত্তৰ প্ৰদেশ।

উত্তৰঃ (ঘ) উত্তৰ প্ৰদেশ।

১০। ৰাম লালাৰ মূৰ্ত্তিৰ উচ্চতা কিমান?

(ক) ৫১ ইঞ্চি।

(খ) ৬১ ইঞ্চি।

(গ) ৬৫ ইঞ্চি।

(ঘ) ৭১ ইঞ্চি।

উত্তৰঃ (ক) ৫১ ইঞ্চি।

১১। ৰাম লালাৰ মূৰ্ত্তিত কেইটা অৱতাৰৰ বৰ্ণনা দেখা যায়?

(ক) ১০ টা।

(খ) ৩ টা।

(গ) ৮ টা।

(ঘ) ৫ টা।

উত্তৰঃ (ক) ১০ টা।

Read Also: Netaji Subhash Chandra Bose Biography in English | History of Netaji Subhash Chandra Bose

১২। ৰাম লালাৰ মূৰ্ত্তিটো কিহেৰে নিৰ্মাণ কৰা হৈছে?

(ক) মাটিৰে।

(খ) সোণেৰে।

(গ) কৃষ্ণ শিলেৰে।

(ঘ) তামেৰে।

উত্তৰঃ (গ) কৃষ্ণ শিলেৰে।

১৩। ৰাম লালাৰ মূৰ্ত্তিত ৰামক কিমান বয়সৰ বৰ্ণনা কৰা হৈছে?

(ক) ৫ বছৰ বয়সৰ।

(খ) ৬ বছৰ বয়সৰ।

(গ) ৭ বছৰ বয়সৰ।

(ঘ) ৮ বছৰ বয়সৰ।

উত্তৰঃ (ক) ৫ বছৰ বয়সৰ।

১৪। ৰাম লালাৰ মূৰ্ত্তি কোনে নিৰ্মাণ কৰিছিল?

(ক) সুবোধ কেৰকৰ।

(খ) অৰুণ যোগীৰাজ।

(গ) প্ৰতাপ চন্দ্ৰ যোগীৰাজ।

(ঘ) কৰুণ যোগীৰাজ।

উত্তৰঃ (খ) অৰুণ যোগীৰাজ।

১৫। অযোধ্যাৰ আন এটা নাম কি?

(ক) মথুৰা।

(খ) বৃন্দাবন।

(গ) সাকেত।

(ঘ) ৰাম সীতা নগৰী।

উত্তৰঃ (গ) সাকেত।

১৬। অযোধ্যাৰ ৰাম মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?

(ক) চন্দ্ৰ কান্ত সোমপুৰা।

(খ) অৰুণ ভৰতৰাজ।

(গ) বৃন্দা সোমনাথ।

(ঘ) নিখিল সোমপুৰা।

উত্তৰঃ (ক) চন্দ্ৰ কান্ত সোমপুৰা।

১৭। অযোধ্যাৰ ৰাম মন্দিৰ কাৰ জৰিয়তে নিৰ্মাণ কৰিছিল?

(ক) শ্ৰী ৰাম জন্ম ভূমি তীৰ্থ ক্ষেত্ৰ জৰিয়তে।

(খ) উত্তৰ প্ৰদেশ চৰকাৰে।

(গ) কেন্দ্ৰীয় চৰকাৰে।

(ঘ) খ আৰু গ দুয়োটাই।

উত্তৰঃ (ক) শ্ৰী ৰাম জন্ম ভূমি তীৰ্থ ক্ষেত্ৰ জৰিয়তে।

১৮। কিমান চনত অযোধ্যাৰ বিবাদ উচ্চতম ন্যায়লয়ে অন্ত পেলাইছিল?

(ক) ৯ নবেম্বৰ ২০২০

(খ) ৯ নবেম্বৰ ২০২২

(গ) ৯ নবেম্বৰ ২০২১

(ঘ) ৯ নবেম্বৰ ২০১৯

উত্তৰঃ (ঘ) ৯ নবেম্বৰ ২০১৯

১৯। বাবৰী মজিদ কেতিয়া নিৰ্মাণ কৰিছিল?

(ক) ১৫২৮

(খ) ১৬২৮

(গ) ১৫২৭

(ঘ) ১৬২৯

উত্তৰঃ (ক) ১৫২৮

২০। কোন কোম্পানীয়ে অযোধ্যা ৰাম মন্দিৰ নিৰ্মাণ কৰিছে?

(ক) Tata

(খ) L & T

(গ) Adani Group

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) L & T

Read Also: বেংক একাউণ্টত নাম সংশোধনৰ বাবে আবেদন | Application for Correction of Name in Bank Account in Assamese

২১। ৰাম জন্ম ভূমি মন্দিৰৰ আধাৰশিলা কোনে স্থাপিত কৰিছে?

(ক) ছোনিয়া গান্ধী।

(খ) নৰেন্দ্ৰ মোদী।

(গ) অমিত শ্বাহ।

(ঘ) এটাও নহয়।

উত্তৰঃ (খ) নৰেন্দ্ৰ মোদী।

২২। অযোধ্যা বিবাদৰ শুনানি একেৰাহে কিমান দিন চলি আছিল?

(ক) ২০

(খ) ৩০

(গ) ৪০

(ঘ) ৫০

উত্তৰঃ (গ) ৪০

২৩। ১৯৮৮ চনৰ মানচিত্ৰত অযোধ্যা ৰাম মন্দিৰৰ উচ্চতা কিমান আছিল?

(ক) ১২০ ফুট।

(খ) ১৩৯ ফুট।

(গ) ১৪০ ফুট।

(ঘ) ১৪১ ফুট।

উত্তৰঃ (ঘ) ১৪১ ফুট।

২৪। কিমান একৰ মাটি লৈ অযোধ্যা বিবাদ হৈছিল?

(ক) ২.৭৭

(খ) ৩.৭৮

(গ) ৪.৭৩

(ঘ) ৩.৫৬

উত্তৰঃ (ক) ২.৭৭

২৫। অযোধ্যা বিবাদক লৈ কিমান খন বিচাৰপীঠে ৰায় দিছিল?

(ক) ২

(খ) ৩

(গ) ৪

(ঘ) ৫

উত্তৰঃ (ঘ) ৫

২৬। অযোধ্যাৰ বিবাদিত ভূমিৰ লগত কোনটো ঐতিহাসিক ঘটনা জড়িত?

(ক) ভাৰত ত্যাগ আন্দোলন।

(খ) বাবৰি মজিদ ভাঙি পেলোৱা।

(গ) পানিপটৰ যুদ্ধ।

(ঘ) ওপৰৰ একোৱেই নহয়।

উত্তৰঃ (খ) বাবৰি মজিদ ভাঙি পেলোৱা।

২৭। ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাত জ্বলোৱা ধূপডাল কিমান দীঘল?

(ক) ১০৮ ফুট।

(খ) ১১০ ফুট।

(গ) ১০৫ ফুট।

(ঘ) ২০০ ফুট।

উত্তৰঃ (ক) ১০৮ ফুট।

২৮। বাবৰি মছজিদ ভাঙি পেলোৱাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোন আছিল?

(ক) কল্যাণ সিং।

(খ) যোগী আদিত্যনাথ।

(গ) শিৱৰাজ সিং চৌহান।

(ঘ) উদ্ধৱ থাকৰে।

উত্তৰঃ (ক) কল্যাণ সিং।

২৯। কোন নদীৰ পাৰত অযোধ্যা অৱস্থিত?

(ক) সুৰয়ু নদী।

(খ) কাবেৰী নদী।

(গ) গঙ্গা নদী।

(ঘ) যমুনা নদী।

উত্তৰঃ (ক) সুৰয়ু নদী।

৩০। ৰাম মন্দিৰত স্তম্ভ কিমান আছে?

(ক) ৩৯২ টা।

(খ) ৫৮২ টা।

(গ) ১৯০ টা।

(ঘ) ৩৪৬ টা।

উত্তৰঃ (ক) ৩৯২ টা।

৩১। শেহতীয়াকৈ অযোধ্যাত কিমান ডাল ধূপকাঠী জ্বলাই গিনিজ বুকত নাম পঞ্জীয়ন হৈছে?

(ক) ২ লাখ।

(খ) ৩ লাখ।

(গ) ৪ লাখ।

(ঘ) ৫ লাখ।

উত্তৰঃ (গ) ৪ লাখ।

Read Also: চাকৰিৰ পৰা চুটি বিচাৰি আবেদন | Application for Leave of Absence From the Job in Assamese

Leave a Reply

error: Content is protected !!
Scroll to Top